বোকাখাট, ১ মেঃবোকাখাট নগৰ আৰু নাহৰজান বাগিছা সংযোগী একমাত্ৰ পথটোৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে। পথটো নিৰ্মাণৰ এবছৰ পূৰ নৌহওতেই পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। এই গাঁতৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰে অঞ্চলবাসীয়ে। যাতায়তৰ অচল হৈ পৰা পথটোৰ বাবে বুধবাৰে বোকাখাট নগৰ আৰু নাহৰজান বাগিছাৰ ৰাইজে ৰাজপথলৈ ওলাই আহে। ৰাইজে অতি শীঘ্ৰে যাতায়তৰ বাবে সুচল কৰাৰ লগতে পথটোত সৃষ্টি হোৱা গাঁতবোৰ পুনঃ নিৰ্মাণৰ বাবে দাবী জনায় সংশ্লিষ্ট কৰ্তৃপক্ষক ।
বোকাখাট নগৰ আৰু নাহৰজান বাগিছা সংযোগী পথৰ দুৰৱস্থা
বোকাখাট নগৰ আৰু নাহৰজান বাগিছা সংযোগী পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত, এই গাঁতৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে অঞ্চলবাসী
বোকাখাট, ১ মেঃবোকাখাট নগৰ আৰু নাহৰজান বাগিছা সংযোগী একমাত্ৰ পথটোৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে। পথটো নিৰ্মাণৰ এবছৰ পূৰ নৌহওতেই পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ গাঁত। এই গাঁতৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰে অঞ্চলবাসীয়ে। যাতায়তৰ অচল হৈ পৰা পথটোৰ বাবে বুধবাৰে বোকাখাট নগৰ আৰু নাহৰজান বাগিছাৰ ৰাইজে ৰাজপথলৈ ওলাই আহে। ৰাইজে অতি শীঘ্ৰে যাতায়তৰ বাবে সুচল কৰাৰ লগতে পথটোত সৃষ্টি হোৱা গাঁতবোৰ পুনঃ নিৰ্মাণৰ বাবে দাবী জনায় সংশ্লিষ্ট কৰ্তৃপক্ষক ।
বোকাখাত নগৰ আৰু নাহৰজান বাগিছা সংযোগী একমাত্ৰ পথটো নিৰ্মান হোৱাৰ এবছৰ নহওতেই শোচনীয় হৈ পৰিছে। পথটোৰ কোনোবা অংশত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ যাতায়তৰ ক্ষেত্ৰত হেঙাৰ সৃষ্টি কৰিছে। ফলত ৰাইজে জিয়াটো ভুগিব লগা হৈছে। সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত ৰাইজৰ দাবী সোনকালে এই পথত থকা গাঁত বোৰ নিৰ্মান কৰি যাতায়তৰ বাবে সুচল কৰা হওক। উল্লেখযোগ্য যে নাহৰজান বাগিছা, যোগিগাঁও, ঢপলিয়াৰ লগতে কাৰ্বি-আংলংৰ বৃহত্তৰ এলেকাৰ লোকে এই পথেৰে চলাচল কৰে।Conclusion:Byte: village person
শ্ৰীমন্ত বৰাৰ ৰিপৰ্ট
ETV BHARAT, BOKAKHAT