ETV Bharat / briefs

নিৰ্বাচনৰ ফলাফল সম্বন্ধে কি ক'লে কুইন ওজাই?

author img

By

Published : May 19, 2019, 2:30 PM IST

23 মে'ত ঘোষণা হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ কিমান আশাবাদী কুইন ওজা, কেনেদৰে সেই দিনটোৰ বাবে নিজকে সাজু কৰিছে প্ৰাৰ্থী গৰাকীয়ে এই সম্বন্ধে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত বহু কথা খুলি কলে গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী গৰাকীয়ে৷

নিৰ্বাচনৰ ফলাফল সম্বন্ধে কি ক'লে কুইন উজাই?

গুৱাহাটী, 19 মে' : আগন্তক 23 মে' ত ঘোষণা হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ যথেষ্ট আশাবাদী গুৱাহাটী বিজেপি প্ৰাৰ্থী কুইন ওজা ৷ বিজেপি দলৰ সকলো কৰ্মকৰ্তাক নিৰ্বাচন প্ৰচাৰৰ সময়ত কৰা কষ্ট আৰু সমৰ্থনৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷ নিৰ্বাচনত জয়ী হলে মহানগৰবাসীৰ খোৱা পানীৰ সমস্যা সমাধান কৰাটোৱেই তেওঁৰ প্ৰথম কৰ্তব্য হ'ব বুলিও ইটিভি ভাৰতৰ এই সাক্ষাতকাৰত উল্লেখ কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

Intro:23 তাৰিখৰ নিৰ্বাচনৰ ফলাফলক লৈ কুইন উজাই কি কলে ?
নিৰ্বাচনী প্ৰচাৰৰ ভাগৰ কুইন ওজাৰ লাগিল নে ?
নিৰ্বাচনৰ পিছৰ সময় চোৱা এমাহ সময় কেনেদৰে অতিবাহিত কৰিলে?
কত কেনেকৈ ফুৰিলে কুইন ওজা বাইদেউ ৱে।

Body:নিৰ্বাচনৰ ফলাফল দিনা কত থাকিব আৰু কেনেকৈ তেওঁ সেই দিন তোলৈ নিজকে সাজু কৰিছে ।
শেষ হাঁহি মাৰিব নে কুইন ওজাই?
ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.