ETV Bharat / briefs

বাক্সাত চাইকেল মেকানিকৰ সন্তানৰ সাফল্য - তামুলপুৰ

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ অভয়াপুৰ গাঁৱৰ চাইকেল মেকানিক সুকুমাৰ দাস আৰু অমলা দাসৰ দ্বিতীয় পুত্ৰ ধনঞ্জয় দাসে মুঠ ৫০০ নম্বৰৰে পাচটা বিষয়ত লেটাৰসহ ৮৩% লৈ উত্তীৰ্ণ হয় ।

বাক্সাত চাইকেল মেকানিৰ সন্তানৰ সাফল্য
author img

By

Published : May 15, 2019, 3:07 PM IST

বাক্সা,১৫মে' : আৰ্থিক প্ৰত্যাহ্বানক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাফল্যৰ সোৱাদ লাভ কৰিলে বাক্সাৰ এগৰাকী ছাত্ৰই ৷ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ অভয়াপুৰ গাঁৱৰ চাইকেল মেকানিক সুকুমাৰ দাস আৰু অমলা দাসৰ দ্বিতীয় পুত্ৰ ধনঞ্জয় দাসে মুঠ ৫০০ নম্বৰৰে পাচটা বিষয়ত লেটাৰসহ ৮৩% লৈ উত্তীৰ্ণ হয় ।

বাক্সাত চাইকেল মেকানিৰ সন্তানৰ সাফল্য

সন্তানৰ এই সাফল্যত এতিয়া আনন্দিত হৈ পৰিছে পিতৃ-মাতৃ। ইপিনে, তামুলপুৰৰ আশা দৰ্শন ট্ৰাষ্টৰ সঞ্চালিকা বিজু বৰবৰুৱাই ছাত্ৰগৰাকীৰ পঢ়া-শুনাৰ খৰচ বহন কৰিবলৈ আগবাঢ়ি আহিছে ৷

Intro:বাক্সাত চাইকেল মেকানীকৰ লৰা ধনঞ্জয় দাসে ৮৩% লাভ কৰি অঞ্চলটোলৈ কঢ়িয়াই আনিছে সুনাম।

Body:বধুবাৰে পুৱা ৯ বজাত ঘোষিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । বহুজনে লাভ কৰিলে সাফল্য তেনেতে বাক্সাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ অভয়াপুৰ গাঁৱৰ চাইকেল মেকানীক সুকুমাৰ দাস আৰু মাতৃ অমলা দাসৰ দ্বিতীয় পুত্ৰ ধনঞ্জয় দাসে মুঠ ৫০০ নম্বৰৰে পাচটা বিষয়ত লেটাৰসহ ৮৩% লৈ উত্তীৰ্ণ হয় । তিনিটা সন্তানৰ পিতৃ সুকুমাৰ দাসে নিজেই কৰা কষ্টৰ অনুভৱ সন্তানক অকণো হব দিয়া নাছিল বুলি জানিবলৈ দিয়ে । উল্লেখ্য যে চাইকেল মেকানীক সুকুমাৰ দাসৰ সন্তানৰ সাফল্যত উৎফুল্লিত হৈ তামুলপুৰ আশা দৰ্শন ট্ৰাষ্টৰ সঞ্চালিকা বিজু বৰবৰুৱাই আগবাঢ়ি আহিছে ধনঞ্জয় দাসৰ সম্পূৰ্ণ শিক্ষাৰ খৰচৰ দায়িত্ব বহন কৰিবলৈ ।

Conclusion:আনহাতে ধনঞ্জয় দাসৰ সাফল্যত খৈৰাণী হাইস্কুলৰ শিক্ষক শিক্ষয়ত্ৰীৰ ,ছাত্র ছাত্ৰীৰ লগতে সমগ্র অঞ্চলটোতে উৎফুল্লিত হৈ পৰে ।

ভাষ্য :১/২/৩

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.