ETV Bharat / briefs

নগাঁও কাগজ কলত প্ৰতিবাদ - মুখ্যমন্ত্ৰী

নেচনেল কোম্পানী ল' ট্ৰিবুনেল চমুকৈ এন চি এল টিয়ে কাগজ কলটোক দেউলীয়া বুলি ঘোষণা কৰাৰ পাছতেই জাঙুৰ খাই উঠে বিষয়া-কৰ্মচাৰীসকল ।মঙলবাৰে কাগজ কলটোৰ মুখ্য প্ৰবেশদ্বাৰত সাব্যস্ত কৰে প্ৰতিবাদ ।

নগাঁও কাগজ কলত প্ৰতিবাদ
author img

By

Published : May 28, 2019, 1:34 PM IST

নগাঁও, ২৮মে' : মঙলবাৰে নগাঁও কাগজ কলৰ বিষয়া-কৰ্মচাৰীসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । নেচনেল কোম্পানী ল' ট্ৰিবুনেল চমুকৈ এন চি এল টিয়ে কাগজ কলটোক দেউলীয়া বুলি ঘোষণা কৰাৰ পাছতেই জাঙুৰ খাই উঠে বিষয়া-কৰ্মচাৰীসকল ।মঙলবাৰে কাগজ কলটোৰ মুখ্য প্ৰবেশদ্বাৰত সাব্যস্ত কৰে প্ৰতিবাদ । ইফালে, বিগত 30 মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰ্মীসকলে নিজৰ দৰমহা লাভ নকৰালৈ কোনো বণিক গোষ্ঠীক কাগজ কলটোত প্ৰৱেশ কৰিব দিয়া নহ'ব বুলি হুংকাৰ দিয়ে ৷

নগাঁও কাগজ কলত প্ৰতিবাদ

উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে আইনী প্ৰক্ৰিয়াৰে কাগজ কলটোক পুনৰুজ্জীৱিত কৰাৰ আশ্বাস দিছিল যদিও বৰ্তমানেও ৰূপায়িত নহ'ল মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি।

Intro:নগাঁও কাগজ কলত পুনৰ প্ৰতিবাদ।Body:নগাঁও কাগজ কলত পুনৰ প্ৰতিবাদ।
# কলটোৰ বিষয়া কৰ্মচাৰীৰ প্ৰতিবাদ মূখ্য প্ৰবেশদ্বাৰত।
# NCLT এ কাগজ কলক দেওলিয়া ঘোষণা কৰাৰ পাচত নতুন নতুন নিয়মেৰে হেচা প্ৰয়োগ কৰাৰ অভিযোগ কৰ্মী সকলক।
# বিগত 30 মাহে প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কৰ্মী সকলে নিজৰ দৰমহা লাভ নকৰালৈ কোনো বনিক গোষ্ঠিক কলত প্ৰবেশ কৰিব নিদো বুলি হুংকাৰ দিয়ে।
# মূখ্য মন্ত্ৰীয়ে অাইনী পক্ৰিয়াৰে কলটোক পুনৰ উজ্জিবিতকৰণ কৰাৰ কথা কৈছিল যদিও সেয়া অাজি পৰ্যন্ত কাৰ্যকৰী হোৱা নাই বুলি মন্তব্য কৰে কৰ্মী সকলে। যদিও অহা ২ জুন হৈছে ন্যায়ালয়ৰ কাষচপাৰ অন্তিম দিন। এই ক্ষেত্ৰত মূখ্যমন্ত্ৰীয়ে যাতে অাৰু মিছা নামাতে তাৰ বা বে অাহ্বান যনায়।
NCLT ৰ লিকুইডেশ্বন ( দেওলীয়া ঘোষণা ) মানি নলয় কৰ্মচাৰীসকলে ৷ ব্যক্তিগতখণ্ডক হস্তান্তৰ কৰিলে পৰিস্থিতি ভয়াৱহ হোৱাৰ হুংকাৰ ৷ ইতিমধ্যে NCLT ত গোচৰো তৰিছে কাগজ কল কৰ্মী ইউনিয়নে ৷Conclusion:NCLT ৰ লিকুইডেশ্বন ( দেওলীয়া ঘোষণা ) মানি নলয় কৰ্মচাৰীসকলে ৷ ব্যক্তিগতখণ্ডক হস্তান্তৰ কৰিলে পৰিস্থিতি ভয়াৱহ হোৱাৰ হুংকাৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.