ETV Bharat / briefs

হোজাই লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত কৃত্ৰিম বান

হোজাইৰ লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত এজাক বৰষুণতেই কৃত্ৰিম বানৰ সৃষ্টি হয়, বানৰ ফলত সাধাৰণ জনতাৰ পৰা আৰম্ভ কৰি সেৱাকেন্দ্ৰটোৰ কৰ্মীসকলে হাৰাশাস্তি ভুগিব লগীয়া হয়

author img

By

Published : May 7, 2019, 5:05 PM IST

হোজাই লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত কৃত্ৰিম বান

হোজাই,৭মে': হোজাইৰ লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত কৃত্ৰিম বান। এজাক বৰষুণতেই সেৱা কেন্দ্ৰটোৰ চৌপাশ পানীৰে উপচি পৰে। যাৰ ফলত কৰ্মীসকলৰ লগতে সাধাৰণ জনতাই সেৱা কেন্দ্ৰটোত উপস্থিত হোৱাত দুৰ্ভোগ ভুগিবলগীয়া হয়। স্থানীয় লোকৰ মন্তব্য অনুসৰি লংকা পৌৰসভাৰ অন্তৰ্গত ১নং ৱাৰ্ডত অৱস্থিত এই এন আৰ চি সেৱা কেন্দ্ৰটোৰ কাষত থকা নলা-নৰ্দমাসমূহ পৌৰসভা কৰ্তৃপক্ষই পৰিস্কাৰ নকৰাৰ ফলত সৃষ্টি হয় কৃত্ৰিম বানৰ । ইফালে জমা হোৱা পানী নিষ্কাষণৰো সেৱা কেন্দ্ৰটোত কোনো সুবিধা নথকাৰ বাবে এজাক বৰষুণতেই বানপানীৰ সৃষ্টি হয় বুলি মন্তব্য কৰে।

Intro:হোজাই লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত কৃত্ৰিম বান । জলমগ্ন লংকা পৰিদৰ্শন বঙলাৰ চৌপাশ |Body:লংকাৰ এন আৰ চি সেৱাকেন্দ্ৰত কৃত্ৰিম বান |
জলমগ্ন লংকা পৰিদৰ্শন বঙলাৰ চৌপাশ |

এন আৰ চি সেৱা কেন্দ্ৰলৈ আহি দুৰ্ভোগ সধাৰণ জনতাৰ |

হয় |পৰিবৰ্তনকামী চৰকাৰৰ দিনত অপৰিবৰ্তিত অৱস্থাই আচলতে উদঙাই তুলিছে উন্নয়নৰ ফোপোলা স্বৰূপ |নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতিৰ ফুলজাৰি প্ৰদান কৰে ঠিকেই কিন্তু কাৰ্যত সেইয়া যেন ফুটুকাৰ ফেনত |কিয়নো ,লংকাৰ এটা এন আৰ চি সেৱা কেন্দ্ৰলৈ আহি এতিয়া দুৰ্ভোগ ভূগিব লগা হৈছে সৰ্বসাধাৰণ জনতাই |এন আৰ চি সেৱা কেন্দ্ৰটোলৈ যদি প্ৰত্যক্ষ কৰা যায় তেনেহ'লে দেখা যায় যে,লংকা পৰিদৰ্শন বঙলাৰ এন আৰ চি সেৱা কেন্দ্ৰটো এতিয়া কৃত্ৰিম বানৰ কবলত |চৌপাশে কেবল পানী আৰু পানী |উল্লেখ্য যে,লংকা পৌৰসভাৰ অন্তৰ্গত ১ নং ৱাৰ্ডত অৱস্থিত এই এন আৰ চি সেৱা কেন্দ্ৰটোৰ কাষৰীয়া নলা নদৰ্মা সমূহ পৌৰসভা কৰ্তৃপক্ষই চাফা নকৰাৰ ফলশ্ৰুতিত এই অৱস্থাৰ সৃষ্টি হৈ পৰিছে |ফলত এজাক বৰষুণৰ ফলতেই এতিয়া এই ৰূপ লংকাৰ পৰিদৰ্শন বঙলাৰ চৌপাশ |জমা হোৱা পানী নিষ্কাষণৰ সুবিধা নথকাহেতুকে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে |যাৰ বাবে এন আৰ চি সেৱা কেন্দ্ৰলৈ অহা এই সকল লোকে এতিয়া পানীৰ মাজেৰে আহ যাহ কৰি যমৰ যাতনা ভূগ কৰিব লগীয়া হৈছে |

Byte. Employee, publicConclusion:হোজাই ৰ পৰা মানস প্ৰতিম তামুলী ফুকন । ETV Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.