ETV Bharat / briefs

স্থানীয় সামগ্ৰী বিক্ৰেতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে

author img

By

Published : Jun 7, 2020, 8:36 PM IST

কেন্দ্ৰীয় চৰকাৰে ৫০ শতাংশ স্থানীয় সামগ্ৰী প্ৰস্তুত কৰা ব্যৱসায়িক প্ৰতিষ্ঠানক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ মূল উদ্দেশ্য 'মেক ইন ইণ্ডিয়া'ক সমৰ্থন কৰা আৰু দেশবাসীক আত্মনিৰ্ভৰশীল কৰি তোলা ।

স্থানীয় সামগ্ৰী বিক্ৰেতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে
স্থানীয় সামগ্ৰী বিক্ৰেতাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে

নেশ্যনেল ডেস্ক, ৭ জুন: কেন্দ্ৰীয় চৰকাৰে সেইবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানক সমৰ্থন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিবোৰ প্ৰতিষ্ঠানে প্ৰস্তুত কৰা সামগ্ৰীসমূহৰ ৫০ শতাংশ স্থানীয় সামগ্ৰী হ'ব । যাৰ মূল উদ্দেশ্য ‘মেক ইন ইণ্ডিয়া’ক সমৰ্থন কৰা আৰু দেশবাসীক আত্মনিৰ্ভৰশীল কৰি তোলা ।

The Revised Public Procurement (Preference to Make in India), Order 2017ৰ অধীনত প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ সামগ্ৰীসমূহ চৰকাৰীভাৱে অগ্ৰাধিকাৰ পাব যদিও অস্থানীয় সৰবৰাহকাৰীয়ে এই সুবিধা নাপায় । প্ৰথম শ্ৰেণীৰ ব্যৱসায়ীসকলৰ বাবে ঘৰুৱা সামগ্ৰীৰ মূল্য ৫০ শতাংশতকৈ অধিক হ'ব । দ্বিতীয় শ্ৰেণীসকলৰ বাবে ২০ শতাংশতকৈ অধিক কিন্তু ৫০ শতাংশতকৈ কম হ'ব ।

আনহাতে, ২০ শতাংশতকৈ কম মূল্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে চৰকাৰী সুবিধাখিনি নোপোৱাৰ বাবে তেওঁলোকক অস্থানীয় প্ৰতিষ্ঠানত অন্তৰ্ভুক্ত কৰা হয় । স্থানীয় সামগ্ৰীৰ মূল্য মানে হৈছে ভাৰতৰ সৈতে জড়িত সামগ্ৰীৰ মূল্য ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.