শিৱসাগৰ, ২১মে' : শিৱসাগৰ জিলাৰ আমগুৰি দিকচু খনিকৰ গাঁৱৰ এৰাবাৰীত আগমণ ঘটিছে হাজাৰ-হাজাৰ বাদুলীৰ । বৃটিছৰ শাসনৰ পিছতে এৰাবাৰীত সৃষ্টি হোৱা এখন হাবিত থকা জামু ,বগীজামু গছক নিজৰ আশ্ৰয়স্থলী হিচাপে বাচি লৈছে এতিয়া হাজাৰ-হাজাৰ বাদুলীয়ে । ইফালে, যিটো সময়ত পশু-পক্ষীসমূহ বিলুপ্তপ্ৰায় হৈ আহিছে সেই সময়ত অঞ্চলটোত আগমণ ঘটা বাদুলীসমূহৰ বাবে আনন্দিত হৈ পৰিছে অঞ্চলবাসী । হাবিখনৰ লঠঙা গছত আশ্ৰয় লোৱা বাদুলীৰ চিঞৰেও এতিয়া প্ৰকৃতিপ্ৰেমীৰ দৃষ্টি আকর্ষণ কৰিছে ।
শিৱসাগৰত হাজাৰ-হাজাৰ বাদুলীৰ প্ৰৱেশ - বাদুলী
শিৱসাগৰ জিলাৰ আমগুৰি দিকচু খনিকৰ গাঁৱৰ এৰাবাৰীত আগমণ ঘটিছে হাজাৰ-হাজাৰ বাদুলী, এৰাবাৰীৰ গছত আশ্ৰয় লোৱা বাদুলীৰ চিঞৰে এতিয়া প্ৰকৃতিপ্ৰেমীৰ দৃষ্টি আকর্ষণ কৰিছে ।

শিৱসাগৰত হাজাৰ-হাজাৰ বাদুলীৰ প্ৰৱেশ
শিৱসাগৰ, ২১মে' : শিৱসাগৰ জিলাৰ আমগুৰি দিকচু খনিকৰ গাঁৱৰ এৰাবাৰীত আগমণ ঘটিছে হাজাৰ-হাজাৰ বাদুলীৰ । বৃটিছৰ শাসনৰ পিছতে এৰাবাৰীত সৃষ্টি হোৱা এখন হাবিত থকা জামু ,বগীজামু গছক নিজৰ আশ্ৰয়স্থলী হিচাপে বাচি লৈছে এতিয়া হাজাৰ-হাজাৰ বাদুলীয়ে । ইফালে, যিটো সময়ত পশু-পক্ষীসমূহ বিলুপ্তপ্ৰায় হৈ আহিছে সেই সময়ত অঞ্চলটোত আগমণ ঘটা বাদুলীসমূহৰ বাবে আনন্দিত হৈ পৰিছে অঞ্চলবাসী । হাবিখনৰ লঠঙা গছত আশ্ৰয় লোৱা বাদুলীৰ চিঞৰেও এতিয়া প্ৰকৃতিপ্ৰেমীৰ দৃষ্টি আকর্ষণ কৰিছে ।
শিৱসাগৰত হাজাৰ-হাজাৰ বাদুলীৰ প্ৰৱেশ
শিৱসাগৰত হাজাৰ-হাজাৰ বাদুলীৰ প্ৰৱেশ
SLUG= BATS STORY SIBSAGOR