বটদ্ৰৱা, ২৫ এপ্ৰিলঃ বটদ্ৰৱাৰ মাজ-গাঁৱত নিশা মহিলাৰ ভাওঁনা । মাজ গাওঁত মহিলাসকলে মিলি প্ৰদৰ্শন কৰিলে সাবিত্ৰী সত্যৱানৰ ভাওঁনা। এটাৰ পিছত এটাকৈ ভাওনাৰ পোছাকত ওলাল মহিলা ভাওৰীয়া । ৰাইজৰ পাৰ ভঙা উৎসাহ উদ্দীপনাৰে হাজাৰ হাজাৰ পুৰুষ, মহিলাৰ লগতে কণ কণ শিশুও চাবলৈ আহিল মহিলা ভাওঁনা । মহিলা ভাওৰীয়া সকলেও খোল তালৰ চেৱত বিভিন্ন ভংগিমাৰে নৃত্য কৰি আপ্লুত কৰে উপস্থিত দর্শকক। উল্লেখ্য যে মঞ্চত ভাঁওনা পৰিৱেশন কৰা জীয়ৰী, বোৱাৰী সকলৰ দৰ্শক হিচাপে আছিল শাহু, শহুৰৰ লগতে তেওঁলোকৰ স্বামী আৰু শিশু । মহিলা সকলৰ এনে নিদৰ্শনক শলাগ লয় সকলোৱে।
বটদ্ৰৱাত পৰিৱেশিত হ'ল মহিলা ভাওনা "সাৱিত্ৰী সত্যবান" - ETV BHARAT
খোল তালৰ চেৱেঁ চেৱেঁ কঁকাল ভাঙি নাচিলে মহিলা, জীয়ৰী, বোৱাৰীয়ে ।

বটদ্ৰৱাত পৰিৱেশিত হ'ল মহিলা ভাওনা "সাৱিত্ৰী সত্যবান"
বটদ্ৰৱা, ২৫ এপ্ৰিলঃ বটদ্ৰৱাৰ মাজ-গাঁৱত নিশা মহিলাৰ ভাওঁনা । মাজ গাওঁত মহিলাসকলে মিলি প্ৰদৰ্শন কৰিলে সাবিত্ৰী সত্যৱানৰ ভাওঁনা। এটাৰ পিছত এটাকৈ ভাওনাৰ পোছাকত ওলাল মহিলা ভাওৰীয়া । ৰাইজৰ পাৰ ভঙা উৎসাহ উদ্দীপনাৰে হাজাৰ হাজাৰ পুৰুষ, মহিলাৰ লগতে কণ কণ শিশুও চাবলৈ আহিল মহিলা ভাওঁনা । মহিলা ভাওৰীয়া সকলেও খোল তালৰ চেৱত বিভিন্ন ভংগিমাৰে নৃত্য কৰি আপ্লুত কৰে উপস্থিত দর্শকক। উল্লেখ্য যে মঞ্চত ভাঁওনা পৰিৱেশন কৰা জীয়ৰী, বোৱাৰী সকলৰ দৰ্শক হিচাপে আছিল শাহু, শহুৰৰ লগতে তেওঁলোকৰ স্বামী আৰু শিশু । মহিলা সকলৰ এনে নিদৰ্শনক শলাগ লয় সকলোৱে।
বটদ্ৰৱাত পৰিৱেশিত হ'ল মহিলা ভাওনা "সাৱিত্ৰী সত্যবান"
Intro:বটদ্ৰৱাত পৰিৱেশিত হ"ল মহিলা ভাঁওনা "সাৱিত্ৰী সত্যবান" । খোল তালৰ চেৱে চেৱে ককাল ভাঙি নাচিলে মহিলা, জীয়ৰী, বোৱাৰীয়ে । Body:বটদ্ৰৱাৰ মাজ-গাঁৱত নিশা মহিলাৰ ভাওনা । খোল তালৰ চেৱে চেৱে ককাল ঘুৰাই নাচিলে জীয়ৰী বোৱাৰীয়ে ।পুৰুষতান্ত্রিক সমাজত পুৰুষৰ লগতে সমানে অাগৱাঢ়িছে মহিলাসকলো । কোনো ক্ষেত্ৰতে যেন পিছ পৰি ৰোৱা নাই মহিলাসকল। তাৰে এক নিৰ্দশন বটদ্ৰৱাৰ মাজ-গাঁৱত অনুষ্ঠিত মহিলা ভাঁওনা "সাৱিত্ৰী সত্যবান"। মাজ - গাঁৱৰ নাট্য মন্দিৰৰ বাকৰিত অনুষ্ঠিত কৰা বুধবাৰে নিশা মাজ- গাঁৱৰ সত্য সন্ধ্যা মহিলা সমিতিৰ মহিলা সকলৰ দ্বাৰা অভিনিত হ'ল "সাৱিত্ৰী সত্যবান"। কোনো যদি হৈছে নাৰদ কোনো আকৌ হৈছে শিৱ , পাৰ্বতি, মুনি, যম ৰজা ইত্যাদি । মুঠৰ উপৰত এটাৰ পিছত এটাকৈ ভাওনাৰ পোচাকত উলাই গল মহিলা ভাওৰীয়া । ৰাইজৰ পাৰ ভঙা উৎসাহ উদ্দিপনাৰে হাজাৰ হাজাৰ পুৰুষ, মহিলাৰ লগতে কণ কণ শিশু সকলে চাবলৈ আহিল মহিলা ভাওঁনা । খোল তালৰ ভংগিমাৰে নৃত্য কৰি আপ্লুত কৰে উপস্থিত দর্শকক।উল্লেখ্য যে মঞ্চত ভাঁওনা পৰিৱেশন কৰা জীয়ৰী, বোৱাৰী সকলৰ দৰসক হিচাপে আছিল শাহু, শহুৰৰ লগতে গীৰিয়েক । মহিলা সকলৰ এনে নিদৰ্শনক সঁচাকৈ প্ৰশংসনীয় ।__________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:null