ETV Bharat / briefs

বাক্সাৰ ১৫৩ নং মুছলপুৰ এমভি স্কুলৰ আদৰ্শ ভোটকেন্দ্ৰত শান্তিপূৰ্ণ ভাবে চলি আছে ভোটদান

বিভিন্ন ভোটকেন্দ্ৰত ভোটদানৰ বিসংগতিৰ বিপৰীতে বাক্সাৰ ১৫৩ নং মুছলপুৰ এমভি স্কুলত শান্তিপূৰ্ণ ভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া

বাক্সাত শান্তিপূৰ্ণ ভাবে চলি আছে ভোটদান
author img

By

Published : Apr 23, 2019, 11:47 AM IST

বাক্সা, 23 এপ্ৰিলঃ পূৰ্ণগতিত চলি আছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ বিভিন্ন ভোটকেন্দ্ৰত ভোটদানৰ বিসংগতিৰ বিপৰীতে বাক্সাৰ ১৫৩ নং মুছলপুৰ এমভি স্কুলত শান্তিপূৰ্ণ ভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া ৷ আদৰ্শ ভোট কেন্দ্ৰটোত ভোটাৰৰ বাবে উপলব্ধ আছে জিৰণি চ'ৰা, মহিলাৰ বাবে শিশু দুগ্ধ পান কেন্দ্ৰ, ভোটাৰৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ভোট কেন্দ্ৰটোত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী নিয়োগ কৰাৰ লগতে আন আন সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ভোটাৰৰ মন্তব্য অনুসৰি ইতিমধ্যে কেন্দ্ৰটোত শান্তিপূৰ্ণ ভাৱে চলি আছে ভোটদান প্ৰক্ৰিয়া ৷

Intro:বাক্সা জিলাৰ ১৫৩ মুছলপুৰ এমভি স্কুল আদৰ্শ ভোটকেন্দ্ৰত শান্তিপুৰ্ণ ভাবে ভোটদানBody: আজি তৃতীয় পৰ্যায় অৰ্থাৎ অন্তিম পৰ্যায়ৰ ভোটদানৰ দিন।ভিন্ন ভিন্ন ভোটকেন্দ্ৰত ভোটদানৰ বিসংগতিৰ বিপৰিতে বাক্সা জিলাৰ ১৫৩ নং মুছলপুৰ এমভি স্কুলত শান্তিবপূৰ্ণ ভাবে চলি আছে ভোটদান কাৰ্য্যসুচি।আদৰ্শ ভোট কেন্দ্ৰ টোত উপলব্ধ আছে ভোটাৰৰ বাবে জিৰনী চ'ৰা।নাৰী সমাজক সন্মান জনোৱাৰ অৰ্থে ভোটকেন্দ্ৰটোত উপলব্ধ আছে শিশু দুগ্ধ পান কেন্দ্ৰ।জিলা প্ৰশাষনে ভোটাৰৰ স্বাস্হ্যৰ প্ৰতি লক্ষ্য ৰাখি ভোট কেন্দ্ৰটোত সাজু কৰি ৰাখিছে স্বাস্হ্য বিভাগৰ কৰ্মচাৰী।ভোটাৰ মন্তব্য অনুসৰি শান্তিপুৰ্ণ ভাবে চলি আছে ভোটদান কাৰ্য্যসুচি।Conclusion:বাইট-ভোটাৰ
চাপাগুৰিৰ পৰা ৰিদিপজ্যোতি দাস।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.