ETV Bharat / briefs

২ মিলিয়ন কোভিড-১৯ৰ ভেকচিন প্ৰস্তুতি অহা বছৰলৈ সম্পূৰ্ণ হ'ব : বিশ্ব স্বাস্থ্য সংস্থা

author img

By

Published : Jun 19, 2020, 3:19 PM IST

বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড০ সৌম্যা স্বামীনাথনে সদৰী কৰা মতে, কোভিড-১৯ৰ ভেকচিনৰ প্ৰায় ২ মিলিয়ন ডোজৰ প্ৰস্তুতি অহা বৰ্ষৰ শেষলৈ সম্পন্ন হ'ব । সম্প্ৰতি তেওঁলোকৰ হাতত উচিত ভেকচিন নাই ।

২ মিলিয়ন কোভিড-১৯ৰ ভেকচিন প্ৰস্তুতি অহাবছৰলৈ সম্পূৰ্ণ হ'ব বিশ্ব স্বাস্থ্য সংস্থা

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ জুন : কোভিড-১৯ৰ ভেকচিন সন্দৰ্ভত বৃহস্পতিবাৰে মন্তব্য দিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড০ সৌম্যা স্বামীনাথনে । জেনেভাত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে, কোভিড-১৯ৰ ভেকচিনৰ প্ৰায় ২ মিলিয়ন ডোজৰ প্ৰস্তুতি অহা বৰ্ষৰ শেষলৈ সম্পন্ন হ'ব । সম্প্ৰতি তেওঁলোকৰ হাতত উচিত ভেকচিন নাই । কিন্তু ভাগ্যত থাকিলে এইবছৰৰ শেষৰ ফালে কিছুসংখ্যক ডোজ আৰু অহা বছৰৰ শেষলৈ ২ মিলিয়ন ভেকচিনৰ ডোজ প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব ।

বৰ্তমানো বিজ্ঞানীসকলে SARS-CoV-2ৰ বিৰুদ্ধে এক সুৰক্ষিত আৰু প্ৰভাৱশালী ভেকচিনৰ গৱেষণা কৰি আছে । এই ভেকচিন প্ৰস্তুতৰ কাম সম্পন্ন হবলৈ কমেও ১২-১৮ মাহ সময় লাগিব । পৰীক্ষাৰ বিভিন্ন পৰ্যায়ক্ৰমে এতিয়ালৈকে ১০০ টাৰো অধিক ভেকচিনৰ চেষ্টা উপলব্ধ আছে ।

অক্সফৰ্ড ইউনিভাৰ্ছিটিৰ গৱেষকসকলে প্ৰস্তুত কৰা AstraZenecaৰ কোভিড-১৯ ভেকচিনৰ প্ৰাৰ্থীসকলে এবছৰলৈকে এই ভেকচিনৰ বাবে চেষ্টা কৰিব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয় প্ৰাংগণত প্ৰতিবাদ ৰোগীৰ অভিভাৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.