ETV Bharat / bharat

দিল্লীত সৰ্বাধিক তাপমাত্ৰা 34.9 ডিগ্ৰী চেলচিয়াছ

author img

By

Published : Aug 15, 2022, 10:46 PM IST

মঙলবাৰে ৰাজধান চহৰখনত বতাহৰ লগতে পাতল বৰষুণ বা বজ্ৰপাতৰ সৈতে সাধাৰণতে ডাৱৰীয়া বতৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই (Max temp settles in Delhi)৷

Max temp settles at 34.9 deg C in Delhi
দিল্লীত সৰ্বাধিক তাপমাত্ৰা 34.9 ডিগ্ৰী চেলচিয়াছ

নেশ্যনেল ডেস্ক, 15 আগষ্ট: স্বাধীনতা দিৱসৰ মাজতে উৎকত গৰমত দিন কটাইছে দিল্লীবাসীয়ে৷ সোমবাৰৰ দিনটোত দিল্লীত সৰ্বাধিক তাপমাত্ৰা 34,9 ডিগ্ৰী চেলচিয়াছ (Max temp settles at 34.9 deg C in Delhi)৷ ৰাজধানী চহৰখনৰ কিছু অংশত সোমবাৰে ৰাতিপুৱা বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জাননী প্ৰকাশ কৰিছিল ৷

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি ৰাজধানী চহৰখনৰ চফদৰজং, পালম, লোধি ৰোড, আয়ানগৰ আৰু গুৰুগ্ৰামত বৰষুণৰ হোৱাৰ সম্ভাৱনা আছে৷ চহৰখনত সৰ্বনিম্ন তাপমাত্ৰা 25.8 ডিগ্ৰী চেলচিয়াছেৰে শেহতীয়াকৈ অভিলেখ স্থাপন কৰা হৈছিল ৷ ইয়াৰোপৰি বতৰ বিজ্ঞান কাৰ্যালয়ে সোমবাৰে ৰাতিপুৱা লালকিল্লাৰ চাৰিওফালৰ অঞ্চলত পাতল বৰষুণৰ ভৱিষ্যতবাণী কৰিছিল যদিও বতৰৰ কোনো অসুবিধা নোহোৱাকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জাতীয় পতাকা উত্তোলন কৰে ৷

আনহাতে মঙলবাৰে ৰাজধান চহৰখনত বতাহৰ লগতে পাতল বৰষুণ বা বজ্ৰপাতৰ সৈতে সাধাৰণতে ডাৱৰীয়া বতৰ হোৱাৰ সম্ভাৱনা আছে বুলি আগজাননী দিয়ে বতৰ বিজ্ঞান কেন্দ্ৰই (Max temp settles in Delhi)৷

লগতে পঢ়ক: কেন্দ্ৰীয় সিদ্ধ গৱেষণা পৰিষদৰ মুখ্য কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.