ETV Bharat / bharat

দীপাৱলী উপলক্ষে লতা মংগেশকাৰৰ বিশেষ আহ্বান - মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে

বাযু প্ৰদুষণ ৰোধৰ বাবে ৰাইজলৈ এই বিশেষ আহ্বান শিল্পী গৰাকীৰ ৷ টুইটাৰৰ জড়িয়তে ৰাইজলৈ আহ্বান লতা মংগেশকাৰৰ ৷

lata-mangeshkar-urges-public-to-refrain-from-bursting-crackers
দীপাৱলী উপলক্ষে লতা মংগেশকাৰৰ বিশেষ আহ্বান
author img

By

Published : Nov 9, 2020, 8:21 AM IST

নিউজ ডেস্ক ৰিপৰ্ট, 9 নৱেম্বৰ: দীপাৱলীলৈ মাজত মাথো কেইটামান দিন বাকী ৷ দীপাৱলীৰ প্ৰাক মুহুৰ্তত সমগ্ৰ দেশবাসীলৈ বিশেষ আহ্বান জনাইছে জনপ্ৰিয় কন্ঠশিল্পী লতা মংগেশকাৰে ৷ বায়ু প্ৰদুষণ ৰোধৰ বাবে এই বৰ্ষৰ দীপাৱলীত সকলোকে আচতবাজী ফুটোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে শিল্পী গৰাকীয়ে ৷ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ উপদেশক মানি চলি সকলোকে আতচবাজীৰ ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে বৰ্ষীয়ান কন্ঠশিল্পী গৰাকীয়ে ৷ আতচবাজীৰ পৰিৱৰ্তে ঘৰতে থাকি,বন্তি প্ৰজ্বলনেৰে পোহৰৰ উৎসৱটি উদযাপন কৰিবলৈ আহ্বান জনাইছে শিল্পী গৰাকীয়ে ৷ লগতে সকলোকে মাস্ক পৰিধান কৰি,ঘৰতে দীপাৱলী উদযাপন কৰিবলৈ টুইটাৰ যোগে আহ্বান জনাইছে 91 বছৰীয়া শিল্পী গৰাকীয়ে ৷

  • महाराष्ट्र के मुख्यमंत्री माननीय उद्धव ठाकरे जी ने आज टेलीविज़न पे जो कहा उसपर सबने अमल करना बहुत ज़रूरी है ऐसा मुझे लगता हैं. दिवाली में पटाखे कम से कम जलाए, प्रदूषण को रोकें ,प्रकाश का पर्व मनाएँ, दीपोत्सव मनाएं.मास्क अवश्य लगाएँ.अपना,अपने परिवार का और समाज का ख़याल रखें. pic.twitter.com/9PB4E2jG1p

    — Lata Mangeshkar (@mangeshkarlata) November 8, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে,বায়ু প্ৰদুষণ ৰোধৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰি ইতিমধ্যে হাৰিয়ানা,কৰ্ণাটক,দিল্লী,ৰাজস্থান আৰু ওড়িশাত নিষিদ্ধ কৰা হৈছে আতচবাজী ৷ ইফালে আতচবাজীৰ ব্যৱহাৰৰ পৰা বিৰত থাকি বন্তি প্ৰজ্বলনেৰে অতি সাধাৰণ ভাৱে পোহৰৰ উৎসৱটি উদযাপনৰ বাবে ৰাইজলৈ আহ্বান জনাইছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেয়ে ৷

লগতে পঢ়কঃ অৱশেষত উন্মোচন কৰা হ'ল বিতৰ্কৰ আবৰ্তত সোমাই পৰা জোঙালবলহুৰ মূৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.