ETV Bharat / bharat

পুনৰ ক’ভিড 19ত আক্ৰান্ত ফাৰুক আব্দুল্লাহ

author img

By

Published : Apr 7, 2021, 1:45 PM IST

পুনৰ ক’ভিড 19ত আক্ৰান্ত নেশ্যনেল কনফাৰেঞ্চৰ সভাপতি তথা শ্ৰীনগৰৰ সাংসদ ড৹ ফাৰুক আব্দুল্লাহ ৷ ইয়াৰ পূৰ্বে 30 মাৰ্চত ক’ভিড 19 পজিটিভ হিচাপে ধৰা পৰিছিল আব্দুল্লাহ ৷

Farooq Abdullah tests positive for Covid-19 again
পুনৰ ক’ভিড 19ত আক্ৰান্ত ফাৰুক আব্দুল্লাহ

নেশ্যনেল ডেস্ক, 7 এপ্ৰিল : ক’ভিড 19ত আক্ৰান্ত নেশ্যনেল কনফাৰেঞ্চৰ সভাপতি তথা শ্ৰীনগৰৰ সাংসদ ড৹ ফাৰুক আব্দুল্লাহ ৷ সম্প্ৰতি তেখেতক চিকিৎসাৰ বাবে শেৰ-ই-কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হৈছে ৷

ইয়াৰ পূৰ্বে 30 মাৰ্চত ক’ভিড 19 পজিটিভ হিচাপে ধৰা পৰিছিল আব্দুল্লাহ ৷ ইয়াৰ পিছতেই কিছু দিনৰ বাবে হোম কোৱাৰেন্টাইনত আছিল সাংসদ গৰাকী ৷ 3 এপ্ৰিলত তেখেতক উন্নত চিকিৎসাৰ বাবে শেৰ-ই-কাশ্মীৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰোৱা হয় ৷

লগতে পঢ়ক-জে দি(ইউ)ত যোগদান এল জে পিৰ বিধায়ক ৰাজকুমাৰ সিঙৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.