ETV Bharat / bharat

লাডাখত পুৱা অনুভূত হয় ভূমিকম্পৰ জোকাৰণি - ভূমিকম্প

লাডাখৰ লেহৰ আলচিৰ পৰা ৭৯ কিলোমিটাৰ দক্ষিণ-পশ্চিমত পুৱা প্ৰায় ৮.৩৩ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ।

লাডাখত পুৱা অনুভূত হয় ভূমিকম্পৰ জোকাৰণি
3.7 magnitude quake hits Ladakh's Leh
author img

By

Published : Dec 21, 2020, 12:21 PM IST

লাডাখ, ২১ ডিচেম্বৰ : জম্মু কাশ্মীৰৰ লাডাখৰ লেহত সোমবাৰে পুৱা ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাৱল্য আছিল ৩.৭ ।

নেচনেল চেণ্টাৰ ফৰ চিছম'লজী অনুসৰি, লেহৰ আলচিৰ পৰা ৭৯ কিলোমিটাৰ দক্ষিণ-পশ্চিমত পুৱা প্ৰায় ৮.৩৩ বজাত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল ।

লগতে চাওকঃ আলোচনাত মিলিত হ'বলৈ প্ৰতিবাদী কৃষকক নিমন্ত্ৰণ কেন্দ্ৰীয় চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.