ETV Bharat / bharat

Daily Horoscope for 8th April: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Apr 8, 2022, 5:16 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল …

daily-horoscope-for-8th-april
Daily Horoscope for 8th April: আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ নতুন ব্যৱসায় আৰম্ভ কৰাত সতৰ্কতা অৱলম্বন কৰিব ৷ প্ৰেমত ভাল ৷ কোনো কোনো ক্ষেত্ৰত এলেহুৱা হৈ পৰিব পাৰে ৷ দিনটো সক্ৰিয়তা অনুভৱ হʼব ৷

বৃষ ৰাশি: শুভ দিন ৷ সফলতা লাভ কৰিব ৷ পৰিশ্ৰম কৰিলে লক্ষ্যত উপনীত হ’ব ৷ দিনটো আনন্দময় হ’ব ৷ বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ পৰিয়ালৰ লগত সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰেমত শুভ ৷

মিথুন ৰাশি: দিনটো প্ৰায় ভাল হ’ব ৷ সফলতা লাভ কৰিব ৷ ভাগ্য ভাল হʼব ৷ লক্ষ্যত সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ কৰিব ৷ কর্ম ব্যস্ততা অধিক বৃদ্ধি পাব ৷ কর্ম ব্যস্ততাই ব্যক্তিগত জীৱন প্ৰভাৱান্বিত হʼব ৷ সন্ধিয়া প্ৰায় ভাল হʼব ৷

কৰ্কট ৰাশি: পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ সন্তানৰ অসফলতাৰ বাবে নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ পৰচৰ্চাৰ পৰা আঁতৰত থাকিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সন্ধিয়া প্ৰায় ভাল হʼব ৷

সিংহ ৰাশি: নিজৰ ওপৰত বিশ্বাস ৰাখিব, লক্ষ্যত সফল হ’ব ৷ সঠিক মনোবৃত্তি আহৰণ কৰাৰ যোগেদি সফল হʼব ৷ সহজতে নিৰুৎসাহিত হৈ নপৰিব ৷ গৌৰৱ কৰিব ৷ কৰ্মজীৱনত ভাল ফল লাভ কৰিব ৷

কন্যা ৰাশি: প্ৰতিভা বিকাশৰ সুযোগ লাভ কৰিব ৷ সফলতা লাভ কৰিব ৷ পৰচৰ্চাৰ পৰা আঁতৰত থাকিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ শুভ দিন ৷

তুলা ৰাশি: চৰকাৰী কামকাজত সফল হʼব ৷ নথিপত্ৰত সুস্থিৰে পঢ়ি চহী কৰিব ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হ’ব ৷ কামত মনোযোগ দিব ৷

বৃশ্চিক ৰাশি: শুভ দিন ৷ সফলতা লাভ কৰিব ৷ কৰ্ম-ব্যৱসায়ত লক্ষ্যত সফল হʼব ৷ বিচাৰধাৰা আৰু আলোচনা উন্নত হ’ব ৷ সমূহবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে আনন্দ লাভ কৰিব ৷

ধনু ৰাশি: প্ৰেমত শুভ ৷ বিয়া আৰু সংযোগত সফল লাভ হʼব ৷ বিবাহিত জীৱন আনন্দময় হʼব ৷ ভাগ্য ভাল ৷ পৰিয়াল আৰু বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সতৰ্কতা অৱলম্বন কৰিব ৷

মকৰ ৰাশি: নতুন দায়িত্ব বহন কৰিবলগীয়া হ’ব পাৰে ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ কৰ্মক্ষেত্ৰত ভাগৰি পৰিব পাৰে ৷ নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ প্ৰতিযোগিতাৰ পৰা আঁতৰত থকাই ভাল ৷ কঠিন কামত সহজতে সফলতা অৰ্জন কৰিব ৷

কুম্ভ ৰাশি: বিপদৰ পৰা হাত সাৰিব ৷ পৰিয়াল আৰু বন্ধুৰ লগত সম্পৰ্ক ভাল হ’ব ৷ পৰচৰ্চাৰ পৰা আঁতৰত থাকিব ৷ দিনটো প্ৰায় ভাল হʼব ৷ সফলতা লাভ কৰিব ৷

মীন ৰাশি: খং-ৰাগে কৰ্মজীৱনত প্ৰভাৱ পেলাব পাৰে ৷ নিন্দা আৰু নিৰুৎসাহিত,পৰচৰ্চা কৰাৰ পৰা আঁতৰি থাকিব ৷ পৰৰ বিচাৰ নকৰিব ৷ কর্মত শান্ত হৈ থাকিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব পাৰে ৷ লক্ষ্যত সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.