ETV Bharat / bharat

Daily horoscope for 7th October: আজিৰ দিনটোৰ ৰাশিফল - আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

Daily horoscope for 7th October 2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Oct 7, 2022, 5:10 AM IST

মেষ ৰাশি: বন্ধুসকলৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ শুভ দিন ৷ সৌভাগ্য বৃদ্ধি ৷ চৰকাৰী কামকাজত লাভ বৃদ্ধি ৷

বৃষ ৰাশি: চাকৰিয়ালসকলৰ কাৰণে ভাগ্য সুপ্ৰসন্ন ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ পদোন্নতি হ’ব ৷ সাংসাৰিক জীৱন সুখৰ হ’ব ৷ অসমাপ্ত কাম সন্তোষজনকভাৱে সমাপ্ত হ’ব ৷ কৰ্মক্ষেত্ৰত অনুকূল পৰিৱেশে বিৰাজ কৰিব ৷

মিথুন ৰাশি: নতুন কাম হাতত লোৱাৰ বাবে দিনটো শুভ নহয় ৷ ভাগৰুৱা, এলেহুৱা আৰু উদ্যমহীন অনুভৱ কৰিব ৷ পেটৰ গণ্ডগোল হ’ব ৷ সকলো ধৰণৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণৰ দিন পিছুৱাই দিয়ক ৷

কৰ্কট ৰাশি: সতৰ্ক থাকিব ৷ পৰিয়ালৰ মাজত সংঘাত এৰাই চলক ৷ বিনম্ৰ মনোভাৱ লৈ চলক৷ পৰিকল্পনাহীন ব্যয়ৰ বাবে সাজু থাকক ৷ অনৈতিক আৰু বেআইনী কামৰ পৰা দূৰত থাকক ৷ প্ৰাৰ্থনা আৰু ধ্যান কৰক ৷

সিংহ ৰাশি: স্বামী-স্ত্ৰীৰ মাজত তিক্ততা দেখা দিব পাৰে, যাৰ ফলত ক্ষোভৰ সৃষ্টি হ’ব ৷ জীৱনসংগী বা জীৱনসংগিনী অসুস্থ হ’ব পাৰে ৷ সহকাৰী আৰু ব্যৱসায়ৰ অংশীদাৰসকলৰ সৈতে কথা পতাৰ সময়ত শান্ত হৈ আৰু ধৈৰ্য ধৰি থাকক ৷ অহেতুক আৰু অকৃতজ্ঞ কথা-বতৰাত লিপ্ত হৈ নপৰিব ৷ মামলা-মোকৰ্দমাৰ পৰা প্ৰত্যাশিত ফল নাপাবও পাৰে ৷

কন্যা ৰাশি: ঘৰুৱা পৰিৱেশ সুখৰ হ’ব ৷ বন্ধু আৰু সহকৰ্মীসকলে আন্তৰিকতা প্ৰকাশ কৰিব ৷ সুস্থ হৈ থাকিব ৷ ঘৰৰ পৰা বা পৰিয়ালৰ সুখবৰ পাব পাৰে ৷ ব্যয় বৃদ্ধি ৷

তুলা ৰাশি: সন্তানৰ প্ৰতি উদ্বেগ বাঢ়িব পাৰে ৷ পঢ়ুৱৈসকলে পঢ়াশুনাত মন বহাব নোৱাৰিব ৷ অৰ্থহীন বিতৰ্কত লিপ্ত নহ’ব ৷ সুনাম নষ্ট হ’ব পাৰে ৷ নতুন কোনো কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷ ভ্ৰমণ এৰাই চলক ৷ ঘনিষ্ঠ বন্ধুৰ সৈতে সংঘাত হ’ব পাৰে ৷

বৃশ্চিক ৰাশি: মানসিক উদ্বেগ আৰু অশান্তিত ভুগিব ৷ শাৰীৰিকভাৱে সুস্থ নাথাকিব ৷ ধীৰ-স্থিৰ হৈ থাকক ৷ বন্ধু আৰু আত্মীয়-স্বজনৰপৰা মৰম চেনেহ নাপাব ৷ আৰ্থিক ক্ষতিৰ ইংগিত আছে ৷ গুৰুত্বপূৰ্ণ নথিপত্ৰ চহী কৰাৰ পৰা বিৰত থাকক ৷

ধনু ৰাশি: নতুন উদ্যোগ লৈ কাম আৰম্ভ কৰাৰ বাবে দিনটো বৰ ভাল ৷ বন্ধু আৰু আত্মীয়-স্বজনৰ সৈতে আনন্দৰে দিনটো কটাব ৷ সৰুসুৰা ভ্ৰমণৰ যোগ আছে ৷ স্বাস্থ্য সম্বন্ধীয় সমস্যা দূৰত থাকিব ৷ নতুন কাম হাতত ল’লে সফল হ’ব ৷ সামাজিক মান বৃদ্ধি পাব ৷

মকৰ ৰাশি: পৰিয়ালৰ লোকৰ সৈতে কোনো কাজিয়া আৰু বিবাদত লিপ্ত নহ’ব ৷ নম্ৰ আৰু বিনয়ী হৈ থাকিব ৷ শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিব পাৰে ৷ স্বাস্থ্য ভালে নাথাকিব ৷ চকুৰ সমস্যাই দেখা দিব পাৰে ৷ পঢ়ুৱৈসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

কুম্ভ ৰাশি: দিনটো সুখদায়ক আৰু লাভদায়ক হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে অত্যন্ত তজবজীয়া অনুভৱ কৰিব ৷ পৰিয়ালৰ লোকৰ সৈতে বাহিৰত ফুৰিবলৈ যাব পাৰে ৷

মীন ৰাশি: লোভ আৰু প্ৰত্যাশাক নিয়ন্ত্ৰণত ৰাখক৷ ধন-সম্পত্তিৰ বিষয়ত সতৰ্ক থাকক ৷ কোনো চুক্তি চূড়ান্ত কৰাৰ আগতে বা কোনো বিনিয়োগ কৰাৰ আগতে দুনাই ভাবক ৷ স্বাস্থ্যই সমস্যা সৃষ্টি কৰিব পাৰে ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.