ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Oct 5, 2021, 12:03 AM IST

মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ কঠোৰ পৰিশ্ৰমৰ মাজত আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ যতন লওক ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ জীৱন ভাল বন্ধু লাভ ৷

বৃষ ৰাশি : মেনেজাৰ আৰু প্ৰশাসকৰ বাবে দিনটো শুভ ৷ আপোনজন পৰামর্শ গ্ৰহণ কৰিব ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

মিথুন ৰাশি : দিনটো মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ নিজৰ ওপৰত ভৰসা ৰাখক ৷ সিদ্ধান্ত লওঁতে খেলিমেলি হʼব পাৰে ৷ কর্মত মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনা নকৰিব ৷ কর্মত ব্যস্ত থকাৰ ফলত বন্ধু-বৰ্গ তথা ব্যক্তিগত জীৱনত প্ৰভাৱ পৰিব ৷

কৰ্কট ৰাশি : কৰ্ম জীৱনত ভাল পদোন্নতি হʼব, নাম আৰু সুনাম হʼব ৷ সময়ক কাম সময়ত সম্পন্ন কৰক ৷ ভাগ্য ভাল ৷

সিংহ ৰাশি : দিনটো শুভ ৷ শিক্ষাৰ্থী সকলৰ বাবেও শুভ দিন ৷ পৰিশ্ৰমৰ ভাল ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷

কন্যা ৰাশি : দিনটো শুভ ৷ বিশেষকৈ মহিলাসকলৰ বাবে শুভ দিন ৷ সকলো কথা যুক্তিৰে বিবেচনা কৰক ৷ আবেলি প্ৰায় শুভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সৰু ভ্ৰমণৰ যোগ ৷ নিশাৰ খানা ভাল হ’ব ৷

তুলা ৰাশি : দিনটো অত্যন্ত শুভ তথা লাভজনক ৷ লক্ষ্যত সফল ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত ৷ আনৰ পৰামৰ্শ নল’ব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ খং-ৰাগক নিয়ন্ত্ৰণ কৰক ৷

বৃশ্চিক ৰাশি : দিনটো কিছু মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰা উচিত৷ কৰ্ম-ব্যৱসায় সতৰ্কতা আৰু সাৱধানেৰে কৰক ৷

ধনু ৰাশি : ব্যৱসায় শুভ, ব্যৱসায় বৃদ্ধি ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ প্ৰেমত শুভ ৷ দিনটো আনন্দময় হʼব ৷

মকৰ ৰাশি : কৰ্ম-ব্যস্ততা বৃদ্ধি ৷ কর্ম-ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ যোগাসন কৰক ৷ মানসিক শান্তি লাভ ৷

কুম্ভ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ মানসিক অশান্তি হʼব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷

মীন ৰাশি : দিনটো কিছু মিশ্ৰিত খেলিমেলি হʼব পাৰে ৷ কর্মত মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনা নকৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.