ETV Bharat / bharat

Daily horoscope for 5th October: আজিৰ দিনটোৰ ৰাশিফল - Your Daily horoscope

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল (Astrological predictions for the day)

Daily horoscope for 5th October 2022
আজিৰ দিনটোৰ ৰাশিফল
author img

By

Published : Oct 5, 2022, 5:06 AM IST

মেষ ৰাশি: মানসিকতভাৱে সুস্থ হ’ব ৷ মাতৃৰ পৰা প্ৰশংসা লাভ কৰিব ৷ পৰিয়াল সম্বন্ধীয় বিষয়ত আলোচনা কৰিলে সেয়া ফলদায়ক হ’ব ৷

বৃষ ৰাশি: বিদেশত কামৰ বাবে থকা বন্ধু আৰু আত্মীয়-স্বজনৰ পৰা ইতিবাচক খবৰ পাব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ যিসকলে বিদেশত গৈ পঢ়াশুনা কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে সময়টো অনুকূল ৷ তীৰ্থযাত্ৰা বা ছুটী কটোৱাৰ বাবে ভ্ৰমণৰ যোগ আছে ৷ আনন্দৰে কটাব ৷

মিথুন ৰাশি: দিনটো ইতিবাচক হৈ থাকিব ৷ আৰ্থিক কষ্টত ভূগিব ৷ ধৈৰ্য ধৰক ৷ শান্ত হৈ থাকক আৰু নিৰাশাবাদীসকলৰ পৰা দূৰত থাকক ৷ উদ্বেগজনক আৰু নেতিবাচক মনোভাৱ দূৰ কৰিবলৈ ধ্যান আৰু প্ৰাৰ্থনা কৰিব ৷

কৰ্কট ৰাশি: দিনটো আনন্দৰে কটাব ৷ বৃত্তিমূলক ক্ষেত্ৰত সফল হ’ব ৷ দিনটো বৰ সৌভাগ্যশালী ৷ ধনবৃদ্ধি আৰু ব্যৱসায়ৰ উন্নতি হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে স্থিৰতা আৰু সক্ৰিয়তা অনুভৱ কৰিব ৷ ভ্ৰমণত শুভ ৷

সিংহ ৰাশি: খং নিয়ন্ত্ৰণ কৰিব ৷ দিনটো মধ্যমীয়া হ’ব ৷ দিনটো শান্তভাৱে পাৰ হ’ব ৷ দৈনন্দিন কামকাজত সংঘাত আৰু বিবাদ এৰাই চলিব ৷ ক্লান্ত হৈ পৰিব ৷

কন্যা ৰাশি: ব্যয় আৰু হজম সম্বন্ধীয় সামান্য অসুস্থতা হ’ব পাৰে ৷ ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক ৷ তীব্ৰ আলোচনাৰ সৃষ্টি হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷ পঢ়ুৱৈসকলৰ কাৰণে দিনটো লেহেমীয়া আৰু আমনিদায়ক হ’ব ৷ ধৈৰ্য ধৰি থাকক ৷

তুলা ৰাশি: আৱেগ আৰু দুৰ্বলতাসমূহক প্ৰকাশ কৰিব পাৰে ৷ দিনটো আৱেগেৰে পৰিপূৰ্ণ হৈ থাকিব ৷ দিনটো উৎসাহ-উদ্দীপনাৰে পৰিপূৰ্ণ হৈ থাকিব ৷ প্ৰিয়জনৰ সৈতে ভুল বুজাবুজি হ’ব পাৰে ৷ গ্ৰহ প্ৰতিকূল নহয় ৷

বৃশ্চিক ৰাশি: দিনটো আনন্দপূৰ্ণ ৷ দিনটো সৌভাগ্যশালী ৷ লাভ হ’ব ৷ নতুন কোনো উদ্যোগ আৰম্ভ কৰিব পাৰে ৷ সম্পদ বৃদ্ধি পাব ৷ কৰ্মক্ষেত্ৰত সফলতা পাব ৷ ভ্ৰমণ হোৱাৰ সম্ভাৱনা আছে ৷

ধনু ৰাশি: দিনটো মধ্যমীয়া হ’ব ৷ বিভ্ৰান্তিয়ে স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত সফলতাত বাধাৰ সৃষ্টি হ’ব পাৰে ৷ অত্যধিক কামৰ হেঁচা আৰু অপ্ৰত্যাশিত ব্যয়ৰ বাবে মনটো বিমোৰত পৰি থাকিব ৷ ঘৰত সকলোৰে সৈতে মতবিৰোধ হ’ব ৷

মকৰ ৰাশি: দিনটো প্ৰাৰ্থনা কৰি আৰম্ভ কৰিলে ভাল লাগি থাকিব ৷ ঘৰুৱা পৰিৱেশ ইতিবাচক হৈ থাকিব ৷ প্ৰেমত শুভ ৷ বন্ধু আৰু প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে ৷ কৰ্মক্ষেত্ৰত শুভ ৷ কামবোৰ সফলভাৱে সম্পন্ন কৰিব ৷

কুম্ভ ৰাশি: শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া বিবাদত লিপ্ত হ’ব পাৰে ৷ ধন বিনিয়োগ কৰাৰ সময়ত আৰু আইনী বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক থাকিব ৷ অতিৰিক্ত ব্যয় হ’ব পাৰে ৷ লাভবান হৈ থাকিব ৷ খঙৰ উপৰত নিয়ন্ত্ৰণ ৰাখক ৷

মীন ৰাশি: আৰ্থিক লাভ হ’ব ৷ সন্তানক লৈ সুসংবাদ পাব পাৰে ৷ নতুন মানুহৰ সৈতে চিনাকী হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত আৰ্থিক লাভ হ’ব পাৰে ৷ ভ্ৰমণত শুভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.