মেষ ৰাশি : দিনটো শুভ ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ লক্ষ্যত সফল ৷ সন্তানৰ যতন লওক ৷
বৃষৰাশি : দিনটো শুভ ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ ব্যৱসায়-কৰ্মত মনোযোগ দিয়ক ৷
মিথুন ৰাশি : কৰ্ম জীৱনত অশান্তি হʼব পাৰে ৷ ধৈৰ্যৰে কৰ্ম সম্পাদন কৰক ৷ ব্যৱসায় কৰিলে সফল হ’ব ৷ পৰিশ্ৰমৰ ফল লাভ ৷
কৰ্কট ৰাশি : দিনটো মধ্যমীয়া ৷ আৱেগৰ বশৱৰ্তী নহ’ব ৷ যুক্তিৰে কথাবোৰ বিবেচনা কৰক ৷ কৰ্ম জীৱনত কিছু খেলিমেলি হʼব পাৰে ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ প্ৰেমত শুভ ৷
সিংহ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ বিচাৰ কৰাত আৰু নিৰ্ণয় লোৱাত কঠিন হʼব পাৰে ৷ শান্ত হৈ কর্ম কৰক, সফল হʼব ৷
কন্যা ৰাশি : পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ খং-ৰাগে প্ৰভাৱ জীৱনত পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷ সন্তানৰ যতন লওক ৷
তুলা ৰাশি : দিনটো শুভ ৷ মানসিক স্থিতি উন্নত ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ ভাগ্য ভাল ৷
বৃশ্চিক ৰাশি : ব্যৱসায় মনোযোগ দিয়ক ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ অৱশ্যে কৰ্ম-ব্যৱসায়ত সফলতা লাভ ৷ স্বাস্থ্য অনুন্নত ৷ স্বাস্থ্যৰ যতন লওক ৷
ধনু ৰাশি : কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ কৰ্ম জীৱন ভাল বন্ধু লাভ ৷
মকৰ ৰাশি : স্বাস্থ্যৰ যতন লওক ৷ যোগাসন কৰক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ সতৰ্কতা অৱলম্বন কৰক ৷ খৰচ বৃদ্ধি ৷
কুম্ভ ৰাশি : দিনটো শুভ ৷ গ্ৰহৰ স্থান ভাল ৷ প্ৰেমত শুভ ৷ ভ্ৰমণৰ যোগ ৷ দাম্পত্য জীৱন সুখৰ ৷ সুন্দৰ পোছাক, জুতিলগা খাদ্যৰ সৌৰভ, সৰু সুৰা ভ্ৰমণ আৰু আপোনজনৰ উপস্থিতিক লৈ আপুনি আৰু আপোনাৰ প্ৰেয়সী নিমগ্ন হৈ থাকিব ৷
মীন ৰাশি : দিনটো শুভ ৷ আশা পূৰণ হ’ব ৷ পুৰণি কৰ্ম সফল হʼব ৷ পুৰণি বিবাদবোৰ অন্ত পৰিব ৷