ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Sep 29, 2021, 12:02 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ স্বাস্থ্যৰ যতন লওক ৷ প্ৰেমত শুভ ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷

বৃষ ৰাশি : দিনটো শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিয়ক ৷ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ খৰচ হ’ব পাৰে ৷ পৰিয়ালৰ সৈতে সৰু ভ্ৰমণ হ’ব পাৰে ৷ নিশাৰ আহাৰ ভাল হ’ব ৷ দিনটো প্ৰায় আনন্দময় হʼব ৷

মিথুন ৰাশি : দিনটো প্ৰায় শুভ ৷ ভাগ্য ভাল ৷ লক্ষ্যত সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি লাভ ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ দিনটোৰ বিশেষকৈ সন্ধিয়া সময়খিনি অতি শুভ হʼব ৷

কৰ্কট ৰাশি : খং-ৰাগ পৰিহাৰ কৰক ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ বাদ-বিবাদ নকৰিব ৷ নিজৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লওক ৷ আনৰ পৰা পৰামৰ্শ নল’ব ৷

সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ নিজৰ ওপৰত ভৰষা ৰাখক ৷ লক্ষ্যত প্ৰায় সফল ৷

কন্যা ৰাশি : কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰসৈতে সম্পর্ক উন্নত ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷

তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ চৰকাৰী প্ৰকল্পত সফল হʼব ৷ নথিপত্ৰত সুস্থিৰে পঢ়ি চহী কৰিব ৷ কর্মস্থানত হেঁচাৰ সন্মুখীন হ’ব পাৰে ৷

বৃশ্চিক ৰাশি : কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

ধনু ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ প্ৰেমত শুভ ৷ বিবাহৰ সংযোগ ৷ বিবাহিত জীৱন শুভ ৷ পৰিয়ালৰ তথা বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰক ৷

মকৰ ৰাশি : কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ক্ষেত্ৰত নতুন দায়ীত্ব বহন কৰিব ৷ কঠোৰ কাৰ্য সহজে সমাধান কৰিব পাৰিব ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ শিক্ষাৰ্থী সকলৰ বাবে শুভ দিন ৷ অধ্যয়নৰ প্ৰতি মনোযোগ বৃদ্ধি ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷

মীন ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্য সফল ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্ৰশংসা লাভ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.