ETV Bharat / bharat

Daily horoscope for 26th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 26, 2022, 5:31 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল(Astrological predictions for the day)…

daily-horoscope-for-26th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে দিনটো মধ্যমীয়া ৷ পৰিকল্পনাসমূহক বাস্তৱায়িত কৰাৰ বাবে আৰু নতুন কাম হাতত লোৱাৰ বাবে দিনটো অত্যন্ত ভাল ৷ খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব ৷ সহজ-সৰল হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত প্ৰতিযোগিতাৰ সন্মুখীন হ’ব, আত্মবিশ্বাসত ৰাখিলে সফল হ’ব ৷ কথা কওঁতে সাৱধান হওঁক ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷

বৃষ ৰাশি: বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে গ্ৰহ অনুকূল নহয় ৷ সিদ্ধান্ত গ্ৰহণত সমস্যা হ’ব ৷ কামত মনোযোগ দিয়ক আৰু চিন্তাধাৰাক স্পষ্ট ৰাখক ৷ নতুন কোনো কাম হাতত নল’ব ৷ সহকৰ্মী, বন্ধু বা পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ সময়ত ধীৰ-স্থিৰ হৈ কথা পাতক ৷ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণত ৰাখক ৷ ভাই-ভনীৰ সৈতে সম্পৰ্ক স্বাভাৱিক থাকিব ৷

মিথুন ৰাশি: দিনটো ভাল ৷ বন্ধুসকলৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ আৰ্থিক দিশত লাভবান হ’ব ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ নেতিবাচক মনোভাৱক দূৰ কৰি ৰাখক ৷ বন্ধু বা প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে ৷

কৰ্কট ৰাশি: গ্ৰহৰ অৱস্থানৰ ফলত উদ্বিগ্ন আৰু অস্থিৰ হৈ থাকিব ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল শান্ত হৈ থাকক, নহ’লে মানসিক অস্থিৰতাই সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাক লুপ্ত কৰি দিব ৷ হতাশাগ্ৰস্ত হৈ পৰিব পাৰে ৷ তৰ্ক-বিতৰ্ক আৰু বিবাদৰ পৰা আঁতৰত থাকক ৷ স্বাভাৱিক হৈ থাকক, অলপো বিদ্ৰোহাত্মক আচৰণ নকৰিব ৷ আৰ্থিক ক্ষতি হ’ব পাৰে আৰু অসুস্থ হ’ব পাৰে ৷ খাদ্যৰ যতন লওক ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ কাৰণে মধ্যমীয়া দিন ৷ সজাগ হৈ থাকিব ৷ নতুন কাম আৰম্ভ নকৰিব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ ব্যৱসায়ত শুভ ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ দিন ৷ নতুন প্ৰকল্প হাতত ল’ব পাৰে ৷ জীৱিকাৰ বাবে অনুকূল আৰু অধিক উন্নতিৰ আশা কৰিব পাৰে ৷ পদোন্নতি হ’ব ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব ৷ চৰকাৰী সুযোগ-সুবিধা লাভ কৰিব পাৰে ৷

তুলা ৰাশি: সুকুমাৰ কলাৰ প্ৰতি আকৃষ্ট হ’ব ৷ নতুন কাম আৰম্ভ কৰিব পাৰে ৷ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ সুযোগ পাব ৷ কৰ্মক্ষেত্ৰত সহযোগিতা লাভ কৰিব ৷ ভাল কাম কৰাৰ বাবে অনুপ্ৰাণিত হ’ব ৷ ব্যৱসায়ীসকল লাভান্বিত হ’ব ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিব ৷ স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক ৷ অযথা তৰ্কত লিপ্ত নহ’ব ৷

বৃশ্চিক ৰাশি: সজাগ হৈ থাকিব ৷ নতুন কাম আৰম্ভ নকৰিব ৷ সিদ্ধান্ত লওতে খেলেমেলি হ’ব পাৰে ৷ ব্যয় নিয়ন্ত্ৰণ কৰক ৷ অনৈতিক অথবা বেআইনী কাৰ্যকলাপৰ পৰা দূৰত থাকক ৷ অচিনাকী মানুহৰ সৈতে আলাপ-আলোচনা কৰা অথবা নতুন যোগাযোগ গঢ়ি তোলাৰ কথা নাভাবিব ৷ বহুত ভাবিচিন্তি মানুহৰ সৈতে বন্ধুত্ব কৰক ৷ যোগ অথবা ধ্যান কৰিব ৷

ধনু ৰাশি: দিনটো আনন্দৰে পাৰ হ’ব ৷ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ সৃজনশীল কামত মনোযোগ দিব ৷ ব্যৱসায়িক অংশীদাৰসকলৰ দ্বাৰা লাভবান হ’ব ৷ সন্মান অৰ্জন কৰিব ৷

মকৰ ৰাশি: সাংসাৰিক জীৱন নিমজকৈ আগবাঢ়ি যাব ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ চৰকাৰী বিষয়াসকল বাধাৰ সন্মুখীন হ’ব ৷ স্বাস্থ্য ভালে নাযাব ৷

কুম্ভ ৰাশি: গ্ৰহৰ অৱস্থানে সমস্যাত পেলাব পাৰে ৷ নতুন কামত হাত নিদিব ৷ ভ্ৰমণ এৰাই চলক ৷ গোটেই দিনটো উদ্বিগ্নতাৰে পাৰ কৰিব ৷ আগ্ৰাসী মনোভাৱক নিয়ন্ত্ৰণ কৰি ৰাখক ৷ শান্ত হৈ থাকক ৷ সৃজনশীল প্ৰতিভা বিকাশৰ সুযোগ পাব ৷ বৌদ্ধিক আলোচনা আৰু ক্ৰিয়াকলাপত অংশগ্ৰহণ কৰিব ৷ ব্যয় বৃদ্ধি ৷

মীন ৰাশি: সমস্যাৰ সন্মুখীন হ’ব ৷ বিষণ্ণ হৈ থাকিব ৷ স্বাস্থ্য আৰু সম্পদৰ ক্ষতি হ’ব ৷ শান্ত হৈ থাকিবলৈ চেষ্টা কৰক ৷ বিপদত পৰিব পাৰে ৷ চাকৰিয়ালসকলৰ কাৰণে দিনটো দুশ্চিন্তা আৰু সমস্যাৰে ভৰা ৷ সম্পত্তি আৰু বাহন সম্বন্ধীয় বিষয়ক লৈ কাম কৰাৰ সময়ত সতৰ্ক হ’ব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.