ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

daily-horoscope
দিনটোৰ ৰাশিফল
author img

By

Published : Sep 25, 2021, 12:02 AM IST

মেষ ৰাশি : সিদ্ধান্ত লওতে সাৱধান ৷ কর্মক্ষেত্ৰত শান্ত হৈ থাকক ৷ সাম্ভাৱ্য সমস্যাৰ পৰা পৰিত্ৰাণ পাব ৷

বৃষ ৰাশি : মনটো অস্থিৰ আৰু উদ্দিগ্ন হ’ব ৷ পৰিয়ালৰ সৈতে মতানক্য হ’ব পাৰে ৷ কষ্ট কৰিলেও ফল নাপাব ৷ আৰ্থিক ব্যয় হ’ব ৷ কৰ্মত সাৱধানতা অৱলম্বন কৰক ৷

মিথুন ৰাশি : কামত মনোযোগ দিয়ক ৷ সফলতা লাভ কৰিব ৷ দিনটো আনন্দময় হ’ব ৷

ককৰ্ট ৰাশি : নতুন দায়িত্ব লাভ কৰিব ৷ অধ্যয়নত ব্যস্ত হৈ পৰিব ৷ কৰ্মত এলেহুৱা ভাৱ হ’ব পাৰে ৷

সিংহ ৰাশি : মানসিক আৰু আৱেগিক চিন্তা হ’ব পাৰে ৷ আত্মসন্মান বজাই ৰাখক ৷ আনৰ সৈতে নিজৰ দুখ ভাগ-বতৰা নকৰিব ৷ প্ৰেমত শুভ ৷

কন্যা ৰাশি : ভয় আৰু অনিশ্চয়তাত ভুগিব পাৰে ৷ দিনটোত ভাল বন্ধু লাভ কৰিব ৷ সতৰ্কতা অৱলম্বন কৰক ৷

তুলা ৰাশি : ধন সঞ্চয় কৰিলে লাভৱান হ’ব ৷ সন্তানৰ সাফল্যতাই পিতৃ-মাতৃক আনন্দিত কৰিব ৷ কৰ্ম জীৱনত পদোন্নতি লাভ কৰিব ৷ আৰ্থিক আয়ৰ সম্ভাৱনা ৷

বৃশ্চিক ৰাশি : মনটো সক্ৰিয় কৰি ৰাখক ৷ আনৰ দোষৰ বাবে আপুনি জগৰীয়া হ’ব পাৰে ৷ নিন্দা আৰু পৰচৰ্চা পৰিহাৰ কৰক ৷ দিনটোত সফলতা লাভ কৰিব ৷

ধনু ৰাশি : দিনটো শুভ ৷ কোনো ক্ষয়-ক্ষতিৰ সম্ভাৱনা নাই ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব ৷ বন্ধু বা প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰিব ৷

মকৰ ৰাশি : নিজৰ ওপৰত বিশ্বাস কৰক ৷ লক্ষ্যত উপনীত হ’ব ৷ নিৰুৎসাহী নহ’ব ৷ নিজৰ উপাৰ্জনক লৈ গৌৰৱান্বিত হ’ব ৷

কুম্ভ ৰাশি : বিপদৰ আশংকা ৷ আপোনাৰ আলোচনা পৰচৰ্চালৈ পৰিণত হ’ব পাৰে ৷ কৰ্ম জীৱনত প্ৰভাৱ পৰিব ৷ নিন্দা আৰু পৰচৰ্চাৰ পৰা আঁতৰি থাকক ৷ সফলতা লাভ কৰিব ৷

মীন ৰাশি : দিনটোত মিশ্ৰিত খেলিমেলি হোৱাৰ সম্ভাৱনা ৷ মনত বিশৃংখল ভাৱ আহিব পাৰে ৷ কর্মত মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনা কৰাৰ পৰা বিৰত থাকক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.