মেষ ৰাশি: ধৰ্মীয় কাৰ্যত ব্যস্ত থাকিব ৷ আপুনি নিজকে ভৌতিক আৰু ধাৰ্মিকভাৱে অসহায় অনুভব কৰিব পাৰে ৷ হঠাৎ আহিব পৰা বিপদৰ পৰা সাৱধানে থাকক ৷
বৃষ ৰাশি: গণেশৰ কৃপাত এটা আনন্দৰে ভৰা এটা দিন ৷ পৰিয়াল আৰু বন্ধুৰ সৈতে ফুৰিবলৈ যাব পাৰে ৷ ব্যৱসায় আৰু চাকৰিত সফলতা লাভ কৰিব ৷ সমাজত আপোনাৰ স্বীকৃতি বাঢ়িব ৷ ধনাগমণ হ'ব পাৰে ৷
মিথুন ৰাশি: এটা সৌভাগ্যশালী দিন ৷ আপোনাৰ সফলতা আপোনাৰ প্ৰিয়জনৰ সৈতে উপভোগ কৰক ৷ ধনৰ ওপৰত চকু ৰাখি খৰচ কৰক ৷ খং ত্যাগ কৰক ৷ সহকৰ্মীসকলৰ সহযোগিতা লাভ কৰিব ৷
কৰ্কট ৰাশি: আজি আপুনি শাৰিৰিক আৰু মানসিকভাৱে অসুষ্ট অনুভৱ কৰিব ৷ নিজকে আনৰ সৈতে তুলনা নকৰিব ৷ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে ৷ ভ্ৰমন বাতিল কৰক ৷
সিংহ ৰাশি: গণেশৰ আৰ্শীবাদ লাভ কৰিব ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক ৷ পৰিয়ালৰ সৈতে বিবাবদ হ'ব পাৰে গতিকে শান্ত থাকক আৰু জিৰনি লওক ৷
কন্যা ৰাশি: এটা গতানুগতিক দিন ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷ ধৰ্মীয় কাম-কাজত ব্যস্ত থাকিব পাৰে ৷ ব্যস্ততাৰ মাজতে নিজক সময় দিয়ক ৷
তুলা ৰাশি: মানসিকভাৱে সমগ্ৰ দিন দুৰ্বল অনুভব কৰিব ৷ আপোনাৰ বাবে সিদ্ধান্ত লোৱা টান হ'ব ৷ তৰ্ক বিবাদৰ পৰা আঁতৰি থাকক ৷ শান্ত থাকক ৷ ধনৰ দিশৰ পৰা লাভবান হ'ব পাৰে ৷
বৃশ্চিক ৰাশি: গণেশৰ কৃপাত এটা ভাগ্যশালী দিন ৷ সুখী থাকক বন্ধুৰ সৈতে উপভোগ কৰক ৷ মানসিক শান্তি লাভ কৰিব আৰু শৰিৰ ভালে থাকিব ৷ প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে ৷
ধনু ৰাশি: এটা বিশেষ দিন ৷ শৰীৰৰ যত্ন লওক প্ৰাৰ্থনা ৷ যোগ আৰু ধ্যানৰ সহায় লওক ৷ ব্যক্তিগত সম্পৰ্ক আৰু ধনৰ দিশৰ ওপৰত চকু ৰাখক ৷
মকৰ ৰাশি: আজিৰ দিনটো আপোনাৰ বাবে এটা সৌভাগ্যশালী দিন ৷ প্ৰিয়জনক লগ কৰিব পাৰে ৷ আপুনি পুৰস্কাৰ বা উপহাৰ লাভ কৰিব পাৰিব ৷ ভ্ৰমণৰ যোগ ৷ নতুন বস্তু ক্ৰয় কৰিব পাৰে ৷ ব্যৱসায়ত উন্নতিৰ বাবে সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰাৰ্থীৰ সন্ধান কৰি থকা লোকে নিজৰ প্ৰাৰ্থীক পাব পাৰে ৷
কুম্ভ ৰাশি: এটা শুভ দিন ৷ আপুনি আজি শাৰিৰীক আৰু মানসিকভাৱে সুস্থ থাকিব ৷ সহকৰ্মীসকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্বন্ধ বজাই ৰাখক ৷ পৰিয়াল আৰু আন সম্বন্ধীয় ব্যক্তিৰ সৈতে ভ্ৰমণত যাব পাৰে ৷
মীন ৰাশি: কৰ্মক্ষেত্ৰত শত্ৰুৰে ভৰা দিন ৷ আপোনাৰ সহকৰ্মী আৰু প্ৰতিযোগীসকলৰ ওপৰত চকু ৰাখক ৷ আপুনি আজি শাৰিৰীক আৰু মানসিকভাৱে দুৰ্বল অনুভব কৰিব ৷ তৰ্ক বিতৰ্কৰ পৰা আঁতৰি থাকক ৷ ধ্যান কৰক ৷