মেষ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ত সফল ৷ জ্যেষ্ঠ জনৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷ লাভদায়ক হ’ব ৷ ভ্ৰমণৰ যোগ ৷
বৃষ ৰাশি : দিনটো শুভ ৷ কৰ্মত শুভ ৷ পদোন্নতি লাভ ৷ বৈবাহিক জীৱন সুখৰ ৷
মিথুন ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ গ্ৰহৰ স্থান ভাল নহয় ৷ কৰ্মৰ ক্ষেত্ৰত কিছু সতৰ্কতা অৱলম্বন কৰক ৷
কৰ্কট ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ ভাগ্য ভাল নহয় ৷ শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷
সিংহ ৰাশি : দিনটো প্ৰায় শুভ ৷ ব্যৱসায়ত লাভ ৷ কৰ্মত শুভ ৷
কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ পৰিয়ালৰ সৈতে সম্পর্ক উন্নত ৷ বিবাহৰ সংযোগ ৷ প্ৰেমত শুভ ৷ বিবাহ-অবিবাহিত সকলৰ বাবেও শুভ দিন ৷ বিবাহৰ যোগ ৷
তুলা ৰাশি : দিনটো প্ৰায় শুভ ৷ বহু ব্যক্তি লগত সংযোগ ৷ মন পচন্দৰ কামে আনন্দ দিব ৷ ভাল বন্ধু লাভ ৷ অৱশ্যে পৰিশ্ৰমৰ ফল লাভ নহ’ব ৷
বৃশ্চিক ৰাশি : দিনটো কিছু কঠিনতাৰে ভৰপূৰ ৷ শাৰীৰিক আৰু মানসিক অশান্তিত ভুগিব পাৰে ৷ আৰ্থিক স্থিতি অনুন্নত ৷ গুৰুত্বপূৰ্ণ নথিপত্ৰ চহী কৰাৰ পৰা বিৰত থাকক ।
ধনু ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ সৌন্দৰ্য চৰ্চাত মনোনিৱেশ কৰক ৷ খৰচ বৃদ্ধি ৷
মকৰ ৰাশি : দিনটো কিছু মিশ্ৰিত খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ কৰ্মত মনোযোগ দিয়ক ৷ নতুন পৰিকল্পনা নকৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
কুম্ভ ৰাশি : মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷
মীন ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷