মেষ ৰাশি : কৰ্মব্যস্ততা বৃদ্ধি ৷ নতুন দায়িত্ব লাভ ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷
বৃষ ৰাশি : কৰ্মব্যস্ততা বৃদ্ধি ৷ নতুন কামৰ পৰিকল্পনা কৰিব পাৰে ৷ ভ্ৰমণৰ যোগ ৷ কৰ্মস্থলীৰ পৰিৱেশ উন্নত ৷ পদোন্নতি লাভৰ সম্ভাৱনা ৷
মিথুন ৰাশি : ভাল-বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব ৷ সতৰ্ক হোৱা উচিত ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ বৈবাহিক জীৱনত সুখ ৷
কৰ্কট ৰাশি : দিনটো শুভ ৷ স্বাস্থ্য উন্নত ৷ ভ্ৰমণৰ যোগ ৷ আৰ্থিক স্থিতি উন্নত ৷ খং নিয়ন্ত্ৰণ কৰক ৷ ভ্ৰমণৰ যোগ ৷
সিংহ ৰাশি : দিনটো মধ্যমীয়া ৷ আয়-ব্যয় মধ্যমীয়া ৷ বন্ধুৰ সৈতে ভ্ৰমণৰ যোগ ৷
কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ কৰ্মস্থলীৰ পৰিৱেশ উন্নত ৷
তুলা ৰাশি : দিনটো মধ্যমীয়া ৷ পৰিয়ালৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ মাতৃৰ স্বাস্থ্যৰ যতন লওক ৷ সম্পত্তি বা মাটি আদিৰ দৰে আইনী বিষয়ত লেনদেন কৰোতে কিছু সতৰ্ক হৈ চলক । সৃষ্টিমূলক কামত জড়িত হওক ৷ মানসিক শান্তি লাভ ৷ শিক্ষাৰ্থীসকলৰ বাবে উন্নত দিন ৷
বৃশ্চিক ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ ৷ খৰচ বৃদ্ধি ৷ পৰিয়ালৰ যতন লওক ৷
ধনু ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্মত সফলতা লাভ যদিও কৰ্ম জীৱনত অশান্তি হোৱাৰ সম্ভাৱনা ৷
মকৰ ৰাশি : দিনটো মধ্যমীয়া ৷ মনৰ ইচ্ছা আনৰ আগত প্ৰকাশ নকৰিব ৷ প্ৰেমত মধ্যমীয়া ৷ বিবাহৰ সংযোগ ৷ বিবাহৰ সংযোগত সফলতা লাভ ৷ বিবাহিতসকলৰ বাবেও শুভ দিন ৷
কুম্ভ ৰাশি : খৰচ বৃদ্ধি ৷ ভ্ৰমণৰ যোগ ৷ পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷
মীন ৰাশি : দিনটো মধ্যমীয়া ৷ আৰ্থিক লাভ ৷ কৰ্মত অগ্ৰগতি ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ ভ্ৰমণৰ যোগ ৷ অৱশ্যে ড্ৰাইভ কৰোতে সাৱধানতা অৱলম্বন কৰক ৷