ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

author img

By

Published : Oct 16, 2021, 12:01 AM IST

daily horoscope
দিনটোৰ ৰাশিফল

মেষ ৰাশি : দিনটো প্ৰায় শুভ ৷ মানসিক অশান্তি হ’ব পাৰে ৷ নতুন বন্ধু লাভ ৷ বন্ধু-বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷

বৃষ ৰাশি : দিনটো শুভ ৷ ন-কৈ ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ অৱশ্যে পুৰণি ব্যৱসায়ৰো উন্নতি হ’ব, লাভাৰ্জন ৷ কৰ্মস্থলী তথা ঘৰুৱা পৰিৱেশ উন্নত ৷

মিথুন ৰাশি : দিনটো মধ্যমীয়া ৷ কৰ্ম ব্যস্ততা বৃদ্ধি ৷ কামৰ ক্ষেত্ৰত বাহিৰলৈ ভ্ৰমণৰ বাবে যাব পাৰে ৷ প্ৰেমত শুভ ৷

কৰ্কট ৰাশি : কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্যত সফল হʼব ৷ নতুন ব্যৱসায়ত অধিক ব্যস্ত হʼব পাৰে ৷ প্ৰশংসা লাভ ৷

সিংহ ৰাশি : দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ আৱেগিক হৈ নপৰিব ৷ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷

কন্যা ৰাশি : প্ৰতিভাৰ সদব্যৱহাৰ কৰক ৷ নিজৰ ওপৰত বিশ্বাস ৰাখক, লক্ষ্য সফল হয় ৷ নিজৰ অর্জনৰ ওপৰত গৌৰৱ কৰিব ৷

তুলা ৰাশি : আজি কোনো লাভ বা ক্ষতি নাই ৷ কঠোৰ পৰিশ্ৰমৰ ভাল সফল লাভ ৷ বন্ধুৰ সৈতে পাৰ্টি হ’ব পাৰে ৷ প্ৰেমত শুভ ৷

বৃশ্চিক ৰাশি : কর্মত ব্যস্ততা বৃদ্ধি ৷ কৰ্ম ব্যৱস্তাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ সন্ধিয়া প্ৰায় ভাল হʼব ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব ৷

ধনু ৰাশি : ব্যৱসায় বিধিত অধিক ব্যস্ত হʼব পাৰে ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷

মকৰ ৰাশি : দিনটো শুভ ৷ মানসিক স্থিতি ভাল হ’ব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হোৱাৰ সম্ভাৱনা ৷

কুম্ভ ৰাশি : দিনটো শুভ ৷ মানসিক,শাৰীৰিক স্বাস্থ্য উন্নত ৷ বন্ধু আৰু পৰিয়ালৰ লগত ফুৰিবলৈ যাব পাৰে ৷ ৰাতিৰ আহাৰ ভাল হ’ব ৷

মীন ৰাশি : জিভাক নিয়ন্ত্ৰণ কৰক ৷ স্বাস্থ্যৰ যতন লওক ৷ ঘনিষ্ট জনৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ ধৰ্মীয় কামত খৰচ হ’ব পাৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.