ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - দিনটোৰ ৰাশিফল

কেনে যাব আপোনাৰ আজিৰ দিনটো ? চাওক দিনটোৰ ৰাশিফল...

দিনটোৰ ৰাশিফল
দিনটোৰ ৰাশিফল
author img

By

Published : Sep 14, 2021, 12:01 AM IST

মেষ ৰাশি : দিনটো শুভ ৷ অৰ্থনৈতিক লেনদেনৰ পৰা বিৰত থাকক ৷ জ্যেষ্ঠজনৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ কিছু সাৱধানতা অৱলম্বন কৰক ৷ বাহিৰা খাদ্যৰ পৰা বিৰত থাকক ৷ পেটৰ সমস্যা হোৱাৰ সম্ভাৱনা ৷ স্বাস্থ্যৰ যতন লওক ৷

বৃষ ৰাশি : কৰ্ম জীৱনত অশান্তি হোৱাৰ সম্ভাৱনা ৷ মনৰ ইচ্ছা আনৰ আগত প্ৰকাশ নকৰিব ৷ প্ৰেমত শুভ ৷ বিবাহৰ যোগ ৷ বিবাহৰ বাবে উত্তম দিন ৷ পাৰিবাৰিক জীৱন সুখৰ ৷

মিথুন ৰাশি : দিনটো শুভ ৷ সহকৰ্মীৰ সৈতে সম্পৰ্ক উন্নত ৷ ঘৰুৱা পৰিৱেশ উন্নত ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

কৰ্কট ৰাশি : দিনটো শুভ ৷ স্বাস্থ্যৰ অৱনতি ৷ বাহিৰা খাদ্যৰ পৰা বিৰত থাকক ৷ বন্ধু বৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷

সিংহ ৰাশি : দিনটো কিছু কঠিন হ’ব ৷ স্বাস্থ্য জনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷ ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখৰ ৷ ব্যৱসায়ত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৷ বৌদ্ধিক যুক্তিতৰ্ক আৰু আলোচনাৰ পৰা আঁতৰত থাকক ৷

কন্যা ৰাশি : দিনটো প্ৰায় শুভ ৷ গ্ৰহৰ স্থান উন্নত ৷ প্ৰিয়জনৰ সৈতে সময় অতিবাহিত কৰিব ৷ অৱশ্য দিনটোৰ শেষৰ চোৱাত স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে ৷ সতৰ্কতা অৱলম্বন কৰক ৷ সম্পৰ্কীয় লোকৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা ৷ মাতৃৰ স্বাস্থ্যৰ যতন লওক ৷ পানীৰ পৰা আঁতৰত থাকক ৷

তুলা ৰাশি : দিনটোৰ আৰম্ভনিটো কিছু জটিল ৷ কিন্তু দুপৰীয়াৰ ভাগৰ পৰা সকলো সমস্যাৰ সমাধান হ’ব ৷ শাৰীৰিক-মানসিক সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৷ যোগাসনত কৰক ৷ কাৰ্যালয়ৰ পৰিৱেশ আপোনাৰ পক্ষত নাথাকিব ৷ সাৱধানতা অৱলম্বন কৰক ৷

বৃশ্চিক ৰাশি : দিনটো কিছু মিশ্ৰিত খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ কৰ্মত মনোযোগ দিয়ক ৷ নতুন কামৰ পৰিকল্পনা নকৰাই শ্ৰেয় ৷

ধনু ৰাশি : দিনটো কঠিনতাৰে ভৰপূৰ ৷ বহু সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৷ দ্ৰুতগতিত গাড়ী নচলাব ৷ পৰাপক্ষত ভ্ৰমণ কৰাৰ পৰা বিৰত থাকক ৷ যদি সম্ভৱ অস্ত্ৰোপ্ৰচাৰ নকৰিব ৷ খৰচ বৃদ্ধি ৷

মকৰ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ী সকলৰ বাবে উত্তম দিন ৷ খৰচ বৃদ্ধি ৷ দুপৰীয়া ভাগৰ পৰা কিছু সাৱধানতা অৱলম্বন কৰক ৷ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা ৷

কুম্ভ ৰাশি : দিনটো প্ৰায় শুভ ৷ কৰ্মজীৱনত পদোননতি লাভ ৷ আয় বৃদ্ধি ৷ প্ৰশংসা লাভ ৷ ভ্ৰমণৰ যোগ ৷ বন্ধু বৰ্গৰ সৈতে ভ্ৰমণলৈ যাব পাৰে ৷ গাৰ্হস্থ্য জীৱন সুখৰ ৷

মীন ৰাশি : দিনটো প্ৰায় শুভ ৷ সৃষ্টিশীল কামে আনন্দ দিব ৷ কৰ্মত সফলতা লাভ ৷ আয় বৃদ্ধি ৷ অৱশ্যে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা ৷ সতৰ্কতা বজাই ৰাখক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.