ETV Bharat / bharat

Daily Horoscope for 11th July: আজিৰ দিনটোৰ ৰাশিফল

author img

By

Published : Jul 11, 2022, 5:07 AM IST

কেনে যাব আপোনাৰ আজিৰ দিনটো (Know Your day with ETV Bharat Astrology) ? চাওক দিনটোৰ ৰাশিফল…

daily-horoscope-for-11th-july
আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি: অধিবিদ্যা আৰু মায়াবিদ্যাৰ প্ৰতি অতি আকৃষ্ট হ’ব পাৰে ৷ ক্ৰোধ নিয়ন্ত্ৰণ কৰিব ৷ কথা কওঁতে সাৱধান হ’ব ৷ সম্ভৱ হ’লে নতুন কাম হাতত নল’ব আৰু ভ্ৰমণত নাযাব ৷

বৃষ ৰাশি: ঈশ্বৰৰ কৃপা দৃষ্টিত সাংসাৰিক জীৱন সুখৰ হ’ব ৷ পৰিয়াল আরু প্ৰিয়জনসকলৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ সৰুসুৰা ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ আত্মীয়-স্বজনৰপৰা সু-সংবাদ পাব ৷

মিথুন ৰাশি: শুভ দিন ৷ ঘৰুৱা পৰিৱেশ উৎসাহজনক আৰু শান্তিপূৰ্ণ হৈ থাকিব ৷ অসমাপ্ত কাম সমাপ্ত কৰিব পাৰিব ৷ সুনাম আৰু সৌভাগ্য বৃদ্ধি হ’ব ৷ আৰ্থিক লাভ হ’ব ৷ ব্যয় বৃদ্ধি ৷ শাৰীৰিকভাৱে সুস্থ হৈ থাকিব ৷ খং উঠিলে কথা কওঁতে সাৱধান হ’ব ৷

কৰ্কট ৰাশি: দিনটো শান্তিৰে পাৰ কৰি দিয়ক । শাৰীৰিক আৰু মানসিকভাৱে কষ্ট ভুগিব পাৰে ৷ উদ্বিগ্ন হৈ থাকিব আৰু পেটৰ সমস্যা দেখা দিব পাৰে ৷ ব্যয়ৰ সম্ভাৱনা আছে ৷ কাজিয়া, ভ্ৰমণ আৰু নতুন কাম হাতত লোৱাৰ পৰা বিৰত থাকক ৷

সিংহ ৰাশি: দিনটো শাৰীৰিকভাৱে অসুস্থ আৰু উদ্বিগ্ন হৈ থাকিব ৷ আত্মীয়-স্বজনৰ সৈতে কিছু অপ্ৰত্যাশিত অপ্ৰীতিকৰ ঘটনাই দুখ দি থাকিব ৷ স্বাস্থ্যক লৈ চিন্তাত থাকিব ৷ চৰকাৰী আৰু সম্পত্তি সম্বন্ধীয় নথিপত্ৰ চহী কৰাৰ সময়ত সতৰ্ক থাকিব ৷

কন্যা ৰাশি: কোনো কথা চিন্তা নকৰাকৈ নতুন কোনো কাম হাতত নল’ব ৷ বন্ধু আৰু আত্ময়ীৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ প্ৰত্যেক কামতে সফলতাৰ সোৱাদ পাব ৷ আৰ্থিক লাভ ৷ সন্মান অৰ্জন কৰিব ৷

তুলা ৰাশি: মনটো দুৰ্বল হৈ থাকিব ৷ সেয়ে কোনো সিদ্ধান্ত ল’বলৈ কঠিন হ’ব পাৰে ৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু নতুন কোনো কাম হাতত নল’ব ৷ পৰিয়ালৰ লোকৰ সৈতে সংঘাত হ’ব পাৰে ৷ কথা কওঁতে সাৱধান হ’ব ৷ আঁকোৰগোজ স্বভাৱৰ পৰা দূৰত থাকক ৷

বৃশ্চিক ৰাশি: শুভ দিন ৷ শাৰীৰিক আৰু মানসিকভাৱে ভালে থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে ৷ সু সংবাদো পাব পাৰে ৷ ভ্ৰমণৰ বাবে শুভ ৷

ধনু ৰাশি: দিনটো জটিল হৈ উঠিব ৷ পৰিয়ালৰ লোকৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা আছে ৷ ভাবি চিন্তি কথা ক’ব ৷ খং নকৰিব ৷ দুৰ্ঘটনা হ’ব পাৰে ৷ সাৱধানে থাকক ৷ স্বাস্থ্য ভালো নাথাকিব ৷ ব্যয় বৃদ্ধি ৷

মকৰ ৰাশি: সামাজিকভাৱে, কৰ্মক্ষেত্ৰত আৰু অন্যান্য ক্ষেত্ৰত আগ্ৰহী হৈ উঠিব ৷ বিবাহপ্ৰাৰ্থীসকলে জীৱনসংগী বা জীৱনসংগিনী পাব ৷ ভ্ৰমণৰ যোগ আছে ৷ পৰিয়ালত কোনো শুভ অনুষ্ঠান হোৱাৰ সম্ভাৱনা আছে ৷

কুম্ভ ৰাশ: শুভ দিন ৷ সকলো কামতেই সফল হ’ব ৷ দিনটো আনন্দৰে কটাব ৷ কৰ্মক্ষেত্ৰত পদোন্নতি হ’ব ৷ বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ পাব ৷ আৰ্থিক লাভ ৷ সাংসাৰিক জীৱন সুখৰ হ’ব ৷

মীন ৰাশি: মানসিক অশান্তিৰ কাৰণে উদ্বিগ্ন হৈ থাকিব ৷ শাৰীৰিকভাৱে ভাগৰুৱা আৰু এলেহুলা হৈ থাকিব ৷ কৰ্মক্ষেত্ৰত সতৰ্ক হৈ থাকিব ৷ সন্তানক লৈ দুশ্চিন্তাত থাকিব ৷ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল’ব ৷ ব্যৱসায়ীসকলে প্ৰত্যাহ্বানৰ মুখামুখি হ’ব ৷ নেতিবাচক কথা বা চিন্তা এৰাই চলক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.