ETV Bharat / bharat

দেশত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৩.২৩ লাখ লোক

author img

By

Published : Apr 27, 2021, 12:55 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত কৰ'ণাত আক্ৰান্ত হৈছে ৩ লাখ ২৩ হাজাৰ ১৪৪ গৰাকী লোক,মৃত্যু হৈছে ২,৭৭১ গৰাকী কৰ'ণা ৰোগীৰ আৰু মুঠ ২ লাখ ৫১ হাজাৰ ৮২৭ গৰাকী ৰোগী হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ গৈছে ।

দেশত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৩ লাখ ২৩ হাজাৰ লোক

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল: দেশত কৰ'ণাৰ সংহাৰী ৰূপ অব্যাহত আছে । বহু স্থানত অতি ভয়ংকৰভাৱে সংক্ৰমণ আৰম্ভ কৰিছে এই মাৰাত্মক ভাইৰাছে । যোৱা ২৪ ঘণ্টাৰ তথ্য অনুসৰি দেশত নতুনকৈ কৰ'ণাত আক্ৰান্ত হৈছে ৩ লাখ ২৩ হাজাৰ ১৪৪ গৰাকী লোক । লগতে দেশত একেদিনাই মৃত্যু হৈছে ২,৭৭১ গৰাকী কৰ'ণা ৰোগীৰ । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে বিগত ২৪ ঘণ্টাত মুঠ ২ লাখ ৫১ হাজাৰ ৮২৭ গৰাকী ৰোগী হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ গৈছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সম্প্ৰতি দেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে ১ কোটি ৭৬ লাখ ৩৬ হাজাৰ ৩০৭ টা । আৰোগ্য হোৱা লোকৰ সংখ্যা মুঠ ১ কোটি ৪৫ লাখ ৫৬ হাজাৰ ২০৯ টা । বৰ্তমানলৈ দেশত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে ১ লাখ ৯৭ হাজাৰ ৮৯৪ গৰাকী লোকে । বৰ্তমানেও দেশত সক্ৰিয় ঘটনা আছে ২৮ লাখ ৮২ হাজাৰ ২০৪ টা ।

লগতে পঢ়ক:ইটিভিয়ে শিশুসকলৰ বাবে মুকলি কৰিলে 'ইটিভি বাল্য ভাৰত'

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.