ETV Bharat / bharat

দিল্লীৰ বিমান বন্দৰত 45,400 মাৰ্কিন ডলাৰ সহ এজন কোৰিয়ান লোকক আটক

author img

By

Published : Dec 27, 2020, 9:02 AM IST

45,400 মাৰ্কিন ডলাৰ সহ দিল্লী বিমান বন্দৰত CISF ৰ জোৱানে আটক কৰে এজন কোৰিয়ান লোকক ৷ ওৱানহো নামৰ কোৰিয়ান লোক জন চিউল অভিমুখি বিমানৰ বাবে আহিছিল ৷

CISF nabs Korean national with Rs 33L foreign currency
33 লাখ মাৰ্কিন জলাৰ সহ এজন কোৰিয়ান লোকক আটক

নিউজ ডেস্ক, 27 ডিচেম্বৰ : শনিবাৰে দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত প্ৰায় 45,400 অবৈধ মাৰ্কিন ডলাৰ সহ এজন কোৰিয়ান লোকক আটক কৰিছে CISF ৰ জোৱানে ৷ এই তথ্য প্ৰকাশ কৰিছে CISF ৰ এজন শীৰ্ষ বিষয়াই ৷

ইণ্ডিয়া গান্ধী আন্তৰ্জাতিক বিমান বন্দৰৰ টাৰমিনেল 3 ৰ নিৰাপত্তা জনিত পৰীক্ষাৰ সময়ত আটক কৰা হয় লোক জনক ৷ লী ওৱানহো নামৰ কোৰিয়ান লোক জন চিউল অভিমুখি বিমানৰ বাবে আহিছিল বুলি তথ্য প্ৰকাশ কৰিছে বিষয়া জনে ৷ জব্দ কৰা 45,400 মাৰ্কিন ডলাৰ ভাৰতীয় মূল্য হ'ব প্ৰায় 33 লাখ টকা ৷

লগতে পঢ়ক: ধঁপাত সেৱনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত মিজোৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.