ETV Bharat / bharat

বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখত যুৱকৰ আত্মহত্যাৰ চেষ্টা - ওড়িশা

ভাৰতীয় দলটো বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ দুখত এতিয়া দগ্ধ দেশৰ ক্ৰিকেট প্ৰেমীসকল ৷  আনকি এই দুখ-বেদনাই এনে পৰ্যায় পাইছে যে ওড়িশাৰ কালাহান্দিৰ এজন ক্ৰিকেট অনুৰাগীয়ে আত্মহত্যাৰো চেষ্টা চলালে ৷

ভাৰতৰ পৰাজয়ৰ পাচতেই আত্মহত্যাৰ চেষ্টা যুৱকৰ
author img

By

Published : Jul 11, 2019, 9:55 PM IST

স্পৰ্টছ ডেস্ক, 11 জুলাইঃ বুধবাৰে থান-বান হ'ল ভাৰতৰ বিশ্বকাপ জয়ৰ সপোন ৷ বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেলত নিউজিলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাচত তৃতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়ন হোৱাৰ সপোন ভাঙে বিৰাট বাহিনীৰ ৷ ভাৰতীয় দলটো বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ দুখত এতিয়া দগ্ধ দেশৰ ক্ৰিকেট প্ৰেমীসকল ৷ আনকি এই দুখ-বেদনাই এনে পৰ্যায় পাইছে যে ওড়িশাৰ কালাহান্দিৰ এজন ক্ৰিকেট অনুৰাগীয়ে আত্মহত্যাৰো চেষ্টা চলালে ৷

ভাৰতৰ পৰাজয়ৰ পাচতেই আত্মহত্যাৰ চেষ্টা যুৱকৰ

ভাৰত-নিউজিলেণ্ড মেচৰ ফলাফলৰ পাচতেই বিহ সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলায় যুৱকজনে ৷ পিচত যুৱকজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চিকিৎসালয়লৈ ৷ যুৱকজন বৰ্তমান সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷ বিৰাট কোহলিয়েও মেচৰ অন্তত অনুৰাগীসকলক ধৈৰ্য আৰু সংযম ৰাখিবলৈ অহ্বান জনাইছিল ৷ ভাৰতীয় দলটোৱে টুৰ্ণামেণ্টখনত সুন্দৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল ৷ কিন্তু 18 ৰানত পৰাজয়বৰণ কৰি বিশ্বকাপৰ পৰা বাহিৰ হৈছিল ভাৰতীয় দলটো ৷

Kalahandi (Odisha), July 11 (ANI): A youth from Odisha's Kalahandi , consumed poison after India was defeated by New Zealand in World Cup semi-final yesterday. Chief District Medical Officer, Banalata Devi said, "The youth was diagnosed with poison in his stomach. He is stable now and out of danger." Skipper Virat Kohli has urged frustrated fans in his cricket crazy nation not to get emotional after their close defeat world cup semi - final to New Zealand on Wednesday.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.