নিউজ ডেস্ক,৯জুনঃ দেওবাৰে ইন্দোৰত থকা IITৰ চৌহদৰ পৰা এটা প্ৰকাণ্ড নাহৰফুটুকী উদ্ধাৰ কৰে টি এছ চুলিয়াৰ নেতৃত্বত অহা জিলা বন সংমণ্ডলৰ দলটোৱে । উল্লেখযোগ্য যে, বহু দিনৰ পৰাই তিনি-চাৰি বছৰীয়া নাহৰফুটুকীটোৱে জনবসতি পূৰ্ণ এলাকাটোত বিচৰণ কৰি আহিছিল । বনবিভাগৰ লোকে নাহৰফুটুকীতো উদ্ধাৰ কৰি নিকটৱৰ্তী অৰণ্যত এৰি দিয়া বুলি জানিবলৈ দিয়ে ।
IIT চৌহদৰ পৰা উদ্ধাৰ নাহৰফুটুকী - ইন্দোৰ
দেওবাৰে বন বিষয়াই ইন্দোৰ IITৰ চৌহদৰ পৰা এটা নাহৰফুটুকী উদ্ধাৰ কৰি অৰণ্যত মুকলি কৰি দিয়ে ।
ইন্দোৰত এটা নাহৰফুটুকী উদ্ধাৰ