ETV Bharat / bharat

বান পৰিস্থিতি সন্দৰ্ভত মোডীক সাক্ষাৎ অসমৰ সাংসদৰ

বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীক অৱগত কৰে অসমৰ এটা সংসদৰ দলে । এই দলটোৰ অন্যতম সদস্য হিচাপে সংসদত উপস্থিত থাকে ৰামেশ্বৰ তেলী ।

বান পৰিস্থিতি সন্দৰ্ভত মোডীক সাক্ষাৎ অসমৰ সাংসদৰ
author img

By

Published : Jul 19, 2019, 8:11 PM IST

নেশ্বনেল ডেস্ক, ১৯ জুলাই : অসমৰ সাংসদৰ এটা দলে শুকুৰবাৰে সংসদত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক । এই সাক্ষাৎকাৰৰ মূল উদ্দেশ্য আছিল ৰাজ্যৰ বান পৰিস্থিতি । এই দলটোৰ অন্যতম সদস্য হিচাপে সংসদত উপস্থিত থাকে ৰামেশ্বৰ তেলী আৰু পল্লৱ লোচন দাস ।

উল্লেখ্য যে, বৃহস্পতিবাৰে অসম ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি, ৩৭ জনকৈ লোকে বানত প্ৰাণ হেৰুৱাৰ লগতে ১৮জুলাইলৈকে সৰ্বমুঠ ৪,১২৮ খন গাঁও বানৰ কবলত পৰাৰ লগতে ৫৩,৫২,১০৭ জনকৈ লোক বানাক্ৰান্ত হৈছে ।

TEAM OF ASSAM MPs MEET MODI, DISCUSS FLOOD SITUATION

বান পৰিস্থিতি সন্দৰ্ভত মোডীক সাক্ষাৎ অসমৰ সাংসদৰ

SOURCE - ANI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.