ETV Bharat / bharat

চুৰাটত ৮৫ লাখ টকাৰ জাল নোট জব্দ

অভিযুক্ত কেইজনে স্কেনাৰ আৰু প্ৰিন্টাৰৰ সহায়ত জাল নোট ছপা কৰিছিল । তেওঁলোকে ছিকিউৰিটি সূতাৰ পৰিৱৰ্তে গ্ৰীন টেপ আৰু বগা ৰঙেৰে জাল নোটত মহাত্মা গান্ধীৰ ছিত্ৰ বনাইছিল বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

চুৰাটত ৮৫ লাখ টকাৰ জাল নোট জব্দ
author img

By

Published : Jul 7, 2019, 11:54 AM IST

নিউজ ডেস্ক , ০৭ জুলাই : শনিবাৰে গুজৰাটৰ চুৰাটৰ পৰা আৰক্ষীয়ে 85 লাখ টকা ভাৰতীয় জাল নোট সহ দুজন লোকক আটক কৰে । চুৰাটৰ শচিন অঞ্চলৰ এটা এপাৰ্টমেণ্টৰ পৰা ধনখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে ৷

এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে শচিন অঞ্চলস্থিত এপাৰ্টমেণ্টটোত অভিযান চলায় ৮৪ লাখ টকাৰ ২০০০ জাল নোট আৰু ১.২ লাখ টকাৰ ৫০০ খন জাল নোট জব্দ কৰে । চুৰাটৰ আৰক্ষী আয়ুক্ত বিধি চৌধুৰীয়ে জনোৱা অনুসৰি আটকাধীন লোক দুজনৰ ভিতৰত এগৰাকী মহিলা । ধৃত লোক দুজন কাঞ্জি ৰানছ'ৰ ভৰত আৰু সুনীতা লক্সমন ভাও বুলি চিনাক্ত কৰা হৈছে । ইপিনে উক্ত লোকদ্বয়ক অৰক্ষীয়ে আটক কৰে যদিও তেওঁলোকৰ সহযোগী শচিন গুলাবভাই পৰমৰে পলায়ন কৰিবলৈ সক্ষম হয় । অভিযুক্ত কেইজনে স্কেনাৰ আৰু প্ৰিন্টাৰৰ সহায়ত জাল নোট ছপা কৰিছিল । তেওঁলোকে ছিকিউৰিটি সূতাৰ পৰিৱৰ্তে গ্ৰীন টেপ আৰু বগা ৰঙেৰে জাল নোটত মহাত্মা গান্ধীৰ ছিত্ৰ বনাইছিল বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।

Surat: Fake currnecy notes worth over Rs 85 lakh seized, 2 arrested

চুৰাটত ৮৫ লাখ টকাৰ জাল নোট জব্দ

অভিযুক্ত কেইজনে স্কেনাৰ আৰু প্ৰিন্টাৰৰ সহায়ত জাল নোট ছপা কৰিছিল । তেওঁলোকে ছিকীউৰিটি সূতাৰ পৰিৱৰ্তে গ্ৰীন টেপ আৰু বগা ৰঙেৰে জাল নোটত মহাত্মা গান্ধীৰ ছিত্ৰ বনাইছিল বুলি আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.