নিউজ ডেস্ক, 31 মাৰ্চ : শ্ৰীমালীয়ে জনোৱা মতে তেওঁ মহাৰাষ্ট্ৰ আৰু ৰাজাস্থানৰ পৰা ইতিমধ্যে অৰ্দাৰ পাইছে আৰু বেলেগ ৰাইজ্যৰ পৰাও তেওঁ অৰ্দাৰ পাব বুলি আশাবাদী ৷ বিমুদ্ৰাকৰণ আৰু জি এচ টি বলবৎ হোৱা পিচত কংগ্ৰেছৰ চৰকাৰ ক্ষমতালৈ আহিলে ভাল দিন আহিব বুলি আশাবাদী শ্ৰীমালী৷ শাড়ী খিনিয়ে তেওঁৰ তিনি চাৰি মাহৰ বাবে ব্যৱসায়ীক মোনাফা আদায় দিব বুলিও তেওঁ আশাবাদী ৷
চূৰাটত বজাৰত ৰাহুল প্ৰিয়ংকা শাড়ী - ৰাহুল গান্ধী
চূৰাটৰ এগৰাকী ব্যৱসায়ীয়ে প্ৰস্তুত কৰিছে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ আলোকচিত্ৰ আৰু কংগ্ৰেছৰ প্ৰতীক সম্বলিত শাড়ী ৷ শেহতীয়াকে তেওঁ লাভ কৰিছে ৮০০০ খন শাড়ীৰ অৰ্ডাৰ ৷ ব্যৱসায়ী গৰাকীয়ে 12000 খন এই ধৰনৰ শাড়ী প্ৰিণ্ট কৰাইছিল আৰু ইয়াৰে ৮০০০ খন ইতিমধ্যে বিক্ৰী হৈছে । বাকী থকা ৪০০০ খন তেওঁ নিজৰ দোকানতে ৰাখিব বুলি অৱগত কৰিছে গৌৰৱ শ্ৰীমলী নামৰ ব্যৱসায়ী জনে ৷
চূৰাটত বিক্ৰী ৰাহুল প্ৰিয়ংকা শাড়ী
নিউজ ডেস্ক, 31 মাৰ্চ : শ্ৰীমালীয়ে জনোৱা মতে তেওঁ মহাৰাষ্ট্ৰ আৰু ৰাজাস্থানৰ পৰা ইতিমধ্যে অৰ্দাৰ পাইছে আৰু বেলেগ ৰাইজ্যৰ পৰাও তেওঁ অৰ্দাৰ পাব বুলি আশাবাদী ৷ বিমুদ্ৰাকৰণ আৰু জি এচ টি বলবৎ হোৱা পিচত কংগ্ৰেছৰ চৰকাৰ ক্ষমতালৈ আহিলে ভাল দিন আহিব বুলি আশাবাদী শ্ৰীমালী৷ শাড়ী খিনিয়ে তেওঁৰ তিনি চাৰি মাহৰ বাবে ব্যৱসায়ীক মোনাফা আদায় দিব বুলিও তেওঁ আশাবাদী ৷
SURAT BUSINESSMAN SELLS RAHUL,PRIYANKA SARIS IN GUJRAT
চূৰাটত বিক্ৰী ৰাহুল প্ৰিয়ংকা শাড়ী
নিউজ ডেস্ক, 31 মাৰ্চ : চূৰাটৰ এগৰাকী ব্যৱসায়ীয়ে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ আলোকচিত্ৰ আৰু কংগ্ৰেছৰ প্ৰতীক সম্বলিত শাড়ী বিক্ৰী কৰিছে ৷ শেহতীয়াকে তেওঁ 8000 খন শাড়ীৰ অৰ্দাৰ লাভ কৰিছে ৷ তেওঁ 12000 খন এই ধৰনৰ শাড়ী প্ৰিণ্ট কৰোৱাইছিল তাৰে 8000 খন ইতিমধ্যে বিক্ৰী হৈছে আৰু বাকি 4000 খন তেওঁ নিজৰ দোকানত ৰাখিব বুলি জনাই গৌৰৱ শ্ৰিমলী নামৰ ব্যৱসায়ী জনে৷
শ্ৰীমালীয়ে জনোৱা মতে তেওঁ মহাৰাষ্ট্ৰ আৰু ৰাজাস্থানৰ পৰা ইতিমধ্যে অৰ্দাৰ পাইছে আৰু বেলেগ ৰাইজ্যৰ পৰাও তেওঁ অৰ্দাৰ পাব বুলি আশাবাদী ৷ বিমুদ্ৰাকৰণ আৰু জি এচ টি বলবৎ হোৱা পিচত কংগ্ৰেছৰ চৰকাৰ ক্ষমতালৈ আহিলে ভাল দিন আহিব বুলি আশাবাদী শ্ৰীমালী৷ শাড়ী খিনিয়ে তেওঁৰ তিনি চাৰি মাহৰ বাবে ব্যৱসায়ীক মোনাফা আদায় দিব বুলিও তেওঁ আশাবাদী ৷