ETV Bharat / bharat

ছেংগাৰক যাবজ্জীৱন কাৰাদণ্ডৰ ৰায়দান

author img

By

Published : Dec 20, 2019, 2:00 PM IST

Updated : Dec 21, 2019, 12:38 PM IST

ছেংগাৰক যাবজ্জীৱন কাৰাদণ্ডৰ ৰায়দান তিছ হাজাৰী আদালতৰ ৷

বিজেপি বিধায়ক কুলদীপ সিং ছেংগাৰ
ছেংগাৰক যাবজ্জীৱন কাৰাদণ্ডৰ ৰায়দান

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰ : উন্নাও ধৰ্ষণ কাণ্ডৰ সৈতে জড়িত বিজেপি বিধায়ক কুলদীপ সিং ছেংগাৰক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিল্লীৰ তিছ হাজাৰী আদালতৰ ৷ ইয়াৰোপৰি, ছেংগাৰক বিজেপিৰ পৰা বহিস্কৃত কৰাৰ লগতে ভুক্তভোগীৰ পৰিয়ালক 25 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে আদালতে ৷

উল্লেখ্য যে, দুয়ো পক্ষৰ শুনানি গ্ৰহণ কৰাৰ পাচতে জিলা আদালতৰ ন্যায়াধীশ ধৰ্মেশ কুমাৰ শৰ্মাই 2 বজা পৰ্যন্ত ৰায়দান সংৰক্ষিত কৰি ৰাখিছিল ৷ 2017 চনত উত্তৰ প্ৰদেশৰ উন্নাওত এগৰাকী নাবালিকাৰ ধৰ্ষণ কাণ্ডৰ অভিযুক্ত আছিল ছেংগাৰ ৷

শিশুক শাৰীৰিক নিৰ্যাতনৰ পৰা ৰক্ষা আইনৰ অধীনত (POCSO) ভাৰতীয় দণ্ডাবিধি আইনৰ 376 অনুচ্ছেদ (ধৰ্ষণ) আৰু 5 (গ) আৰু 6 অনুচ্ছেদৰ জৰিয়তে তেওঁক দোষী সাব্যস্ত কৰা হৈছিল ৷

আৰু পঢ়ক : CAA আন্দোলনৰ প্ৰথম ছহিদ দীপাঞ্জল দাসৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ সম্পন্ন

Intro:Body:

Unnao rape case: Sengar 

Conclusion:
Last Updated : Dec 21, 2019, 12:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.