ETV Bharat / bharat

49 গৰাকী শিল্পী-বুদ্ধিজীৱীৰ বিৰুদ্ধে ওলাই আহিল অধিবক্তা

author img

By

Published : Jul 27, 2019, 7:12 PM IST

অধিবক্তা সুধিৰ কুমাৰ ওঝাই 49 গৰাকী শিল্পী-বুদ্ধিজীৱীৰ বিৰুদ্ধে 27 তাৰিখে গোচৰ ৰুজু কৰে ৷ দলিত সংখ্যালঘুক হত্যা-মাৰপিট বন্ধ কৰাৰ বাবে মোডীলৈ আবেদন কৰিছিল 49 গৰাকী শিল্পী-বুদ্ধিজীৱীয়ে

49 গৰাকী শিল্পী-বুদ্ধিজীৱীৰ বিৰুদ্ধে ওলাই আহিল অধিবক্তা

  • 49 গৰাকী শিল্পী-বুদ্ধিজীৱীৰ বিৰুদ্ধে গোচৰ ৰুজু
  • মুজাফ্ফৰপুৰ আদালতত 27 জুলাইত অধিবক্তা সুধিৰ কুমাৰ ওঝাই দাখিল কৰিলে এজাহাৰ
    49 গৰাকী শিল্পী-বুদ্ধিজীৱীৰ বিৰুদ্ধে ওলাই আহিল অধিবক্তা
  • দলিত সংখ্যালঘুক হত্যা-মাৰপিট বন্ধ কৰাৰ বাবে মোডীলৈ আবেদন কৰিছিল 49 গৰাকী শিল্পী-বুদ্ধিজীৱীয়ে
  • তেওঁ উল্লেখ কৰা অনুসৰি এই আবেদনৰ জৰিয়তে জাতিৰ ভাৱমুৰ্তি নষ্ট কৰা তথা সাম্প্ৰদায়িক হিংসা বৃদ্ধিৰ অভিপ্ৰায় কৰিছে এইসকলে
  • ৰামচন্দ্ৰ গুহ, ডাঃ বিনায়ক সেন, সৌমিত্ৰ চেটাৰ্জীকে ধৰি মুঠ 49 গৰাকী শিল্পী-বুদ্ধিজীৱীয়ে মোডীলৈ প্ৰেৰণ কৰিছিল এই আবেদন

Intro:मुजफ्फरपुर के सीजेएम कोर्ट में 49 फ़िल्म कलाकारों पर देशद्रोह का मुकदमा दर्ज , कोर्ट ने मामले को स्वीकार करते हुए मामले का सुनवाई की तारीख 3 अगस्त मुकर्रर की है ।

Body:मुजफ्फरपुर के मुख्य न्यायिक दंडाधिकारी सूर्य कांत तिवारी के अदालत में अधिवक्ता सुधीर कुमार ओझा ने अभिनेत्री अर्पणा सेन , सौमित्र चटर्जी , श्याम बेनेगल समेत 49 फ़िल्म कलाकारों के खिलाफ देशद्रोह का मुकदमा दर्ज कराते हुए आरोप लगाया है कि इन लोगो के द्वारा प्रधानमंत्री को लिखे गए पत्र से न बल्कि देश की छबि विदेशों में खराब हुई है बल्कि अलगावादियों से मिलकर देश को खंड खंड विखंडित करने का काम किया गया है है । न्यायालय ने मामले को स्वीकार करते हुए सुनवाई की तारीख 3 अगस्त को मुकर्रर की है ।
बाइट सुधीर ओझा अधिवक्ता मुजफ्फरपुर।

Conclusion:परिवादी अधिवक्ता सुधीर ओझा ने जुर्म दफा 124 क , 153 ख , 160 ,290 ,297 एवं 504 आईपीसी धारा के तहत देशद्रोह का मुकदमा दर्ज कराते हुए न्यायालय से 49 फ़िल्मकालकरो पर आपराधिक मामले चलाने की मांग की है।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.