ETV Bharat / bharat

ৰাম জন্মভূমিত জাৰি সান্ধ্য আইন - অযোধ্যা ভূমি বিবাদ

উচ্চতম ন্যায়ালয়ত শুনানি চলি থকা ৰাম-জন্মভূমি অযোধ্যা ভূমি বিবাদক লৈ সমগ্ৰ অঞ্চলটোত সান্ধ্য আইন জাৰি কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে ৷ অযোধ্য ভূমি বিবাদৰ চূড়ান্ত শুনানিলৈ চাৰি দিন বাকী থকা অৱস্থাত আইন-শৃংখলাজনিত পৰিস্থিতি অটুত ৰাখিবলৈ ধাৰা 144 জাৰি কৰিছে যোগী আদিত্যনাথ চৰকাৰে ৷

চূড়ান্ত পৰ্যায়ত অযোধ্যা ভূমি বিবাদ
author img

By

Published : Oct 14, 2019, 1:30 PM IST

নিউজ ডেস্ক, 14 অক্টোবৰঃ অযোধ্যাৰ ভূমি বিবাদক লৈ উত্তৰ প্ৰদেশ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ উচ্চতম ন্যায়ালয়ত চলি থকা গুৰুত্বপূৰ্ণ বিচাৰ প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত প্ৰৱেশৰ পূৰ্বেই ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ সেই অনুসৰি, অহা 10 ডিচেম্বৰলৈ আগন্তুক উৎসৱ পাৰ্বনৰ লগতে অন্যান্য আইন-শৃংখলাজনিত পৰিস্থিতিৰ দোহাই দি যোগী চৰকাৰে জাৰি কৰিছে ধাৰা 144 ৷ ৰাম জন্মভূমি অযোধ্যাৰ জিলা প্ৰশাসনে বিগত শনিবাৰে কাৰ্যকৰী হোৱাকৈ জাৰি কৰিছে সান্ধ্য আইন ৷ অহা 10 ডিচেম্বৰলৈ অযোধ্যাত বলৱৎ হৈ থাকিব সান্ধ্য আইন ৷

লগতে পঢ়কঃ CAB বাতিলৰ দাবীত কৃষক মুক্তিয়ে কঁপালে বটদ্ৰৱা

অযোধ্যাৰ জিলা দণ্ডাধীশ অনুজ কুমাৰ ঝাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে এই তথ্য ৷ বিশ্ব হিন্দু পৰিষদে পোহৰৰ উৎসৱ দিপাৱলীৰ সময়ত বিতৰ্কিত স্থানত মাটিৰ চাকি জ্বলাবলৈ অনুমতি বিচাৰি জিলা প্ৰশাসনক আবেদন জনাইছিল ৷ "দিপাৱলীৰ সময়ত সমগ্ৰ অযোধ্যাতে চাকি জ্বলিব কিন্তু ৰাম লাল্লা কিদৰে আন্ধাৰত থাকিব? ইয়াৰ বাবে আমি উপায়ুক্তৰ ওচৰত আবেদন জনাম আৰু তেওঁৰ পৰা অনুমতি গ্ৰহণ কৰিম ৷" ঘটনা সন্দৰ্ভত এইদৰে মন্তব্য কৰে বিশ্ব হিন্দু পৰিষদৰ নেতা মহন্ত নয়ন দাসে ৷ "যদিহে বিশ্ব হিন্দু পৰিষদক বিতৰ্কিত স্থানত চাকি জ্বলাবলৈ অনুমতি প্ৰদান কৰে তেতিয়াহ'লে মুছলমানকো উক্ত স্থানত নামাজ পঢ়িবলৈ অনুমতি দিব লাগিব ৷" ঘটনা সন্দৰ্ভত এনেদৰে মন্তব্য কৰে হাজি মেহবুব নামৰ এগৰাকী মুছলমান আবেদনকাৰীয়ে ৷ যদিও অযোধ্যাত সান্ধ্য আইন জাৰি কৰা হৈছে কিন্তু আগন্তুক 26 অক্টোবৰত পোহৰৰ উৎসৱ দিপাৱলীৰ সময়ত সহস্ৰাধিক পৰ্যটকক আকৰ্ষণ কৰা বিষয়ত কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকে জিলা প্ৰশাসন তথা ৰাজ্য চৰকাৰ ৷

লগতে পঢ়কঃ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত চাৰিটা পদক অৰ্জন ভাৰতৰ

উচ্চতম ন্যায়ালয়ত চলি থকা ৰাম জন্মভূমি ভূমি বিবাদৰ গোচৰ আগন্তুক 18 অক্টোবৰ তাৰিখত সমাপ্ত হোৱাটো বিছাৰিছে দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ৷ যিহেতু নৱেম্বৰ 17 তাৰিখত দেশৰ মুখ্য ন্যায়াধীশ পদৰ পৰা ন্যায়াধীশ গগৈয়ে অৱসৰ গ্ৰহণ কৰিব তেনেস্থলত অতিশীঘ্ৰেই বিতৰ্কিত গোচৰটোৰ সমাধান হোৱাটো বিছাৰিচে ৰঞ্জন গগৈয়ে ৷

লগতে পঢ়কঃ জাপানত বিধ্বংসী "হাগিবিছ"ৰ প্ৰকোপত মৃত্যু 14 জনৰ

হিন্দু, মুছলিম আৰু অন্যান্য পক্ষৰ দ্বাৰা 2010 চনৰ এলাহাবাদ উচ্চ ন্যায়ালয়ত চলি থকা গোচৰক প্ৰত্যাহ্বান জনোৱা হৈছিল ৷ বিতৰ্কিত ৰাম জন্মভূমি অযোধ্যক তিনিটা সমান খণ্ডত ভাগ কৰিবলৈ দিয়া নিৰ্দেশনাক জনোৱা প্ৰত্যাহ্বানৰ পিচতে পৰৱৰ্তী সময়ত দেশৰ উচ্চতম ন্যায়ালয়ে এক উমৈহতীয়া সিদ্ধান্তত উপনীত হ'বৰ বাবে গঠন কৰি দিছিল এখন মধ্যস্থতাকাৰী কমিটি ৷ কিন্তু মধ্যস্থতাকাৰী কমিটিয়ে কোনো উমৈহতীয়া সিদ্ধান্তত উপনীত হ'ব নোৱাৰাৰ বাবে বিগত আগষ্ট মাহৰ 6 তাৰিখৰ পৰা উচ্চতম ন্যায়ালয়ে সৌহাদ্যপূৰ্ণ সিদ্ধান্তৰ বাবে আৰম্ভ কৰিছিল দৈনন্দিন শুনানি ৷

এসপ্তাহ পূৰ্বে 'Indian Muslims for Peace' নামৰ সংগঠনটোৱে সৌহাদ্যপূৰ্ণ আচৰণ হিচাপে বিবাদপূৰ্ণ অঞ্চলটোৰ 2.77 একৰ মাটি কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰাৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰিছিল ৷

Intro:Body:

Section 144 in Ayodhya as case enters final stage in SC

 (08:46) 

Ayodhya, Oct 14 (IANS) With the hearing in the Ram Janmabhoomi - Babri Masjid land dispute case entering its final week, the Yogi Adityanath government in Uttar Pradesh has imposed Section 144 in Ayodhya district till December 10.

The district administration issued orders in this regard, late on Sunday night.

Ayodhya District Magistrate Anuj Kumar Jha said that the decision was taken in view of the upcoming festivals.

The Vishwa Hindu Parishad (VHP) has sought permission to light 'diyas' (earthen lamps) at the disputed complex on Diwali.

"When the entire Ayodhya will be lit on Diwali, why should Ram Lalla remain in the dark? We will meet the Divisional Commissioner who is the receiver of the disputed site and seek his permission," said Mahant Nayan Das.

A Muslim litigant in the case, Haji Mehboob, however, said that if the VHP was allowed to light diyas at the disputed shrine, then Muslims would also seek permission to offer 'namaaz' at the site.

However, with prohibitory orders imposed in the holy city, none of the officials were ready to respond questions related to the 'Deepotsav' which is being held in Ayodhya on October 26 and is expected to attract thousands of tourists.

It may be recalled that all arguments in the Ram Janmabhoomi case are to conclude on October 18 as Chief Justice (CJI) Ranjan Gogoi had said that he wants to deliver the verdict before he demits office on November 17.

The apex court is hearing a batch of petitions filed by -- Hindu, Muslim and others sides -- challenging the 2010 Allahabad High Court judgment, which divided the disputed site in Ayodhya into three equal parts.

The day-to-day hearing started on August 6 after a court-appointed mediation panel failed to resolve the dispute through amicable settlement.

Earlier this week, a group of Muslim intellectuals under the banner of 'Indian Muslims for Peace' said that as a 'goodwill gesture', majority of Muslims are ready to hand over the disputed 2.77 acres of land in Ayodhya to the Centre.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.