ETV Bharat / bharat

ৰাজস্থানৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰিছে স্ক্ৰীনিং কৰিব পৰা ৰবট

author img

By

Published : May 16, 2020, 3:33 PM IST

COVID-19 ৰ সংকটৰ সময়ত স্বাস্থ্য কৰ্মীৰ সহায়ক হোৱাকৈ এই ৰবট প্ৰস্তুত কৰি উলিয়াইছে । এইটো ৰবটে মানুহক স্ক্ৰীনিং কৰাৰ লগতে মাস্ক পিন্ধিছে নাই সেইটোৱো চিনাক্ত কৰিব পাৰিব ।

ৰাজস্থানৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰিছে স্ক্ৰীনিং কৰিব পৰা ৰবট
ৰাজস্থানৰ এটা কোম্পানীয়ে প্ৰস্তুত কৰিছে স্ক্ৰীনিং কৰিব পৰা ৰবট

নিউজ ডেস্ক, 16 মে': ৰাজস্থানৰ এটা কোম্পানীয়ে স্বাস্থ্য কৰ্মীৰ সহায়ক হোৱাকৈ ৰবট প্ৰস্তুত কৰিছে । ৰবটটোৰ জৰিয়তে থাৰ্মেল স্ক্ৰীনিং কৰিব পৰা যাব । ইয়াৰ ওপৰিও এইটো ৰবটে কোনো লোকে মাস্ক পৰিধান কৰিছে নাই সেই বিষয়েও অৱগত কৰিব ।

ৰবটটোৰ 95 শতাংশই নিৰ্মাণ কৰা হৈছে ভাৰতত । আনহাতে স্পীন প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এইটোৱে বিশ্বৰ প্ৰথম ৰবট ।

ৰবটটোৱে কোনো চুম্বকীয় ফলক বা ৰেখা অনুসৰণ নকৰাকৈয়ে দিশ নিৰ্ণয় কৰিব পাৰে । ৰবটটোৰ বিষয়ে জানিবলৈ দিয়ে ক্লাব ফাৰ্ষ্টৰ পৰিচালক সঞ্চালক ভুৱনেশ মিশ্ৰই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.