ETV Bharat / bharat

দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত বোমাতংক - কেন্দ্ৰীয় ৰেলবিভাগ

ৰেলখনৰে যাত্ৰা কৰা সঞ্জীৱ সিং গুৰজাৰ নামৰ এজন যাত্ৰীয়ে ৰেলখনত 5 টা বোমা আছে বুলি টুইটাৰত টুইট কৰাৰ পিচতে হুৱা দুৱা লাগে ৰেলখনৰ সুৰক্ষা কৰ্মীৰ মাজত ৷ ইয়াৰ পিচতে ৰেলখন ৰখাই তন্নতন্নকৈ পৰীক্ষা কৰে সুৰক্ষাকৰ্মীসকলে ৷

দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত বোমাতংক

author img

By

Published : Feb 28, 2020, 8:19 PM IST

নতুন দিল্লী, 28 ফেব্ৰুৱাৰীঃ নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত বোমা থকাৰ সন্দেহত শুকুৰবাৰে দাদৰীত ৰখাই দিয়া হৈছিল ৰেলখন ৷ সুৰক্ষা কৰ্মীক একাংশ যাত্ৰীয়ে ৰেলখনত 5 টা বোমা আছে বুলি জনোৱাৰ পিচত সুৰক্ষাৰ খাতিৰত ৰখাই পৰীক্ষা কৰা হয় ৰেলখনৰ সকলে ডবা ৷

ৰেলখনৰে যাত্ৰা কৰা সঞ্জীৱ সিং গুৰজাৰ নামৰ এজন যাত্ৰীয়ে ৰেলখনত 5 টা বোমা আছে বুলি টুইটাৰত টুইট কৰাৰ পিচতে হুৱা দুৱা লাগে ৰেলখনৰ সুৰক্ষা কৰ্মীৰ মাজত ৷ ইয়াৰ পিচতে ৰেলখন ৰখাই তন্নতন্নকৈ পৰীক্ষা কৰে সুৰক্ষাকৰ্মীসকলে ৷ উল্লেখ্য যে,যাত্ৰীজনৰ টুইটটো পোৱাৰ পিচতে তাৎক্ষণিকভাৱে ৰেলখন দাদৰীত ৰখাই ৰেল বিভাগৰ উচ্চপদস্থ বিষয়া সকলক ৰেল আৰক্ষীৰ সহায়ত পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে ৷ কেন্দ্ৰীয় ৰেলবিভাগৰ আৰক্ষী অধীক্ষকে ৷

12424 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছখন নতুন দিল্লী আৰু ডিব্ৰুগড়ৰ মাজত চলাচল কৰে ৷ এই ৰেলখনে দিল্লীৰ পৰা বিয়লি 4.10 যাত্ৰা আৰম্ভ কৰে আৰু নিৰ্ধাৰিত সময় অনুসৰি ৰাতিপুৱা 7 বজাত ডিব্ৰুগড় পায় ৷

লগতে চাওকঃ শিৱসাগৰত ক'লা পতাকা প্ৰদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.