ETV Bharat / bharat

লোকসভাত গৃহীত হ'ল জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক - লাড্ডাখ

জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়কক লৈ হোৱা ভোটগ্ৰহণত সপক্ষে 370টা ভোটৰ বিপৰীতে বিপক্ষত 70 টা ভোট লাভ কৰে ৷

লোকসভাত গৃহীত হল জম্মু কাশ্মীৰ পুনৰগঠন বিধেয়ক
author img

By

Published : Aug 6, 2019, 9:34 PM IST

নিউজ ডেস্ক, 6 আগষ্টঃ লোকসভাত গৃহীত হ'ল জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক ৷ বিধেয়কখনৰ মতে জম্মু কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যদা প্ৰদান কৰা হ’ব ৷ বিধেয়কখনক লৈ হোৱা ভোটগ্ৰহণত সপক্ষে 370 টা ভোটৰ বিপৰীতে বিপক্ষে 70 টা ভোট লাভ কৰে ৷

ইয়াৰ লগে লগে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰ সংৰক্ষণ (দ্বিতীয় সংশোধনী) বিধেয়ক 2019 খন সংসদৰ উভয় সদনৰ পৰা উঠাই লয় ৷

নিউজ ডেস্ক, 6 আগষ্টঃ লোকসভাত গৃহীত হ'ল জম্মু কাশ্মীৰ পুনৰ গঠন বিধেয়ক ৷ বিধেয়কখনৰ মতে জম্মু কাশ্মীৰ আৰু লাডাখক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যদা প্ৰদান কৰা হ’ব ৷ বিধেয়কখনক লৈ হোৱা ভোটগ্ৰহণত সপক্ষে 370 টা ভোটৰ বিপৰীতে বিপক্ষে 70 টা ভোট লাভ কৰে ৷

ইয়াৰ লগে লগে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰ সংৰক্ষণ (দ্বিতীয় সংশোধনী) বিধেয়ক 2019 খন সংসদৰ উভয় সদনৰ পৰা উঠাই লয় ৷

লোকসভাত গৃহীত হল জম্মু কাশ্মীৰ পুনৰগঠন বিধেয়ক

লোকসভাত গৃহীত হল জম্মু কাশ্মীৰ পুনৰগঠন বিধেয়ক৷ বিধেয়কখনৰ মতে জম্মু কাশ্মীৰ আৰু লাড্ডাখক কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্য্যাদা প্ৰদান কৰা হ’ব ৷ বিধেয়কখনক লৈ হোৱা ভোটগ্ৰহনত সপক্ষে 370 টা ভোটৰ বিপৰিতে বিপক্ষে 70 টা ভোট লাভ কৰে ৷ ইয়াৰ লগে লগে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মু কাশ্মীৰ সংৰক্ষণ (দ্বিতীয় সংশোধনী) বিধেয়ক 2019 খন সংসদৰ উভয় সদনৰ পৰা উঠাই লয় ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.