ETV Bharat / bharat

আমাৰ প্ৰতিবাদ জাতীয় বিৰোধী নহয় : জামিয়াৰ শিক্ষাৰ্থী

দেশৰ ৰাজধানী দিল্লীত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে প্ৰতিবাদ ৷ তেওঁলোকৰ মন্তব্য কেন্দ্ৰীয় চৰকাৰে যেতিয়া লৈ এই 'দমনকাৰী আইন' উঠাই নলয় তেতিয়ালৈকে চলিব এই প্ৰতিবাদ ৷

jamia students protest
আমাৰ প্ৰতিবাদ জাতীয় বিৰোধী নহয় : জামিয়াৰ শিক্ষাৰ্থী
author img

By

Published : Dec 17, 2019, 9:32 AM IST

নিউজ ডেক্স , 17 ডিচেম্বৰ : জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতাৰে প্ৰতিবাদ কৰি সোমবাৰে কয় যে, যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে এই 'দমনকাৰী আইন' উঠাই নলয় তেতিয়ালৈকে চলিব এই আন্দোলন ৷ বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত ইটিভি ভাৰতৰ আগত শিক্ষাৰ্থীয়ে কয় যে, দিল্লীৰ আৰক্ষীয়ে শিক্ষাৰ্থীৰ ওপৰত অতিৰিক্ত শক্তি ব্যৱহাৰ কৰি শান্তিপূৰ্ণ প্ৰতিবাদ বিৰোধ কৰিছে ৷ এজন শিক্ষাৰ্থীৰ মন্তব্য " আমাক এনেদৰে আঘাত কৰিছে যেন আমি দেশদ্ৰোহী ৷ অন্য এজন শিক্ষাৰ্থীৰ মন্তব্য "যি কেইজনে হাত আৰু মূৰত আঘাত পাইছিল, তেওঁলোকক নিৰ্মমভাৱে অত্যাচাৰ কৰা হৈছিল আৰু আৰক্ষীয়ে তেওঁলোকক সন্ত্ৰাসবাদী বুলি অভিহিত কৰিছিল ৷"

আমাৰ প্ৰতিবাদ জাতীয় বিৰোধী নহয় : জামিয়াৰ শিক্ষাৰ্থী

"আমি দেশবিৰোধী নহয় ৷ আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিছোঁ ৷ জনসাধাৰণৰ সম্পত্তি নষ্ট কৰাৰ কোনো ধৰণৰ কামতে আমি জড়িত নাই ৷ দেশৰ সংবিধান ৰক্ষা কৰাৰ উদ্দেশ্য লৈ প্ৰতিবাদ কৰিছিলো '' জামিয়াৰ শিক্ষাৰ্থীৰ মন্তব্য ৷ "আমাৰ মা-দেউতা কেতিয়াও এই আন্দোলনৰ অংশ হোৱা নাই , তেওঁলোকে নাজানে যে মই ইয়াত আছোঁ, কিন্ত মই প্ৰতিবাদকাৰী সকলক এইতো কৈ বিশ্বাস দিব বিছাৰো যে, সমান বিচাৰধাৰা কৰা লোকসকল নিজৰ ঘৰৰ পৰা বাহিৰ ওলায় আহি এই প্ৰতিবাদক সমৰ্থন কৰিব লাগে, অনথ্যা এইটো দিন বেছি দূৰ নহয় যে, তেওঁলোকে আমাৰ ঘৰত সোমাই আক্ৰমণ কৰিব ৷'' জামিয়া মিলিয়া ইছামিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ মন্তব্য এইয়া ৷ ছাত্ৰ-ছাত্ৰীৰ প্ৰশ্ন, "বিনা অনুমতিত আৰক্ষী কেনেকৈ বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰিলে ?"

আৰু পঢ়ক : কেবক লৈ আইনী যুঁজ দিবলৈ বৰঙণি সংগ্ৰহৰ আহ্বান জে আই কাথাৰৰ

Intro:नई दिल्ली। दिल्ली के जामिया मिलिया इस्लामिया विश्वविद्यालय में नागरिकता संशोधन कानून, 2019 के विरोध में चौथे दिन प्रदर्शन हुआ। इसपर ईटीवी भारत से बात करते हुए छात्रों ने दिल्ली पुलिस के साथ हुई झड़प को साझा करते हुए कहा कि जब कल वह शांतिपूर्ण तरीके से प्रदर्शन कर रहे थे तब दिल्ली पुलिस ने उनके ऊपर लाठीचार्ज कर दिया जिसके बाद वहां भगदड़ मच गई और स्थिति तनावपूर्ण हो गई।

Body:रविवार को दिल्ली पुलिस और छात्रों के बीच हुई झड़प में घायल हुए जामिया के छात्र मुज्तफीद मुमताज़ ने कहा कि यह विरोध प्रदर्शन किसी धर्म को बचाने की लड़ाई नहीं है बल्कि संविधान को बचाने की लड़ाई है। उन्होंने कहा यदि हम आज सरकार द्वारा लाए गए इस कानून के खिलाफ नहीं बोलेंगे तो कल हम इसके खिलाफ बोलने के लिए ही नहीं बचेंगे।

इस घटना में घायल हुए विश्वविद्यालय के दूसरे छात्र ने कहा कि रविवार को दिल्ली पुलिस कैंपस के अंदर आई और लाइब्रेरी में जो छात्र यूपीएससी परीक्षा की तैयारी कर रहे थे उन्हें भी मारा गया जबकि उनका इस प्रदर्शन से कोई लेना-देना नहीं था।

Conclusion:जामिया विश्वविद्यालय की एक दूसरी छात्रा ने ईटीवी भारत से बात करते हुए कहा कि नागरिकता संशोधन कानून हमारे मूल अधिकारों का हनन है और सरकार को इस कानून को वापस लेना होगा।

बताते की नागरिकता संशोधन कानून के खिलाफ रविवार को जामिया के छात्रों के साथ हुई हिंसा पर विश्वविद्यालय की वीसी नजमा अख्तर ने कहा है कि यूनिवर्सिटी का बहुत नुकसान हुआ है और दिल्ली पुलिस को कैंपस में बिना आज्ञा नहीं आना चाहिए था। जामिया नगर इलाके में हुई हिंसा का मामला सुप्रीम कोर्ट भी पहुंच चुका है और इस पर अब मंगलवार को सुनवाई होगी।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.