ETV Bharat / bharat

ফণীৰ ধ্বংসলীলাঃ ওড়িশাক প্ৰয়োজন 9,000 কোটি টকা

author img

By

Published : Jun 7, 2019, 8:58 AM IST

ফণীত ওড়িশাৰ অভাৱনীয় ক্ষতি ৷ ফণীৰ বাবেই ৰাজ্যখনে হেৰুৱাবলগীয়া হয় সৰ্বমুঠ 9336 কোটি টকা ৷

ফণীৰ ধ্বংসলীলা

নিউজ ডেস্ক, 7 জুন : 3 মে'ত অহা প্ৰলয়ংকাৰী ধুমুহা ফণীৰ ফলত তচনচ হোৱা ওড়িশাই হেৰুৱাবলগীয়া হয় প্ৰায় 9336 কোটি টকা ৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰে এই তথ্য ৷

ৰাজ্যখনৰ বিশেষ দুৰ্যোগ প্ৰশমন সঞ্চালকালয়ৰ ভিন্ন বিভাগে জনোৱা মতে ফণীৰ ফলত ৰাজ্যখনত 6643.63 কোটি টকাৰ ৰাজহুৱা সা-সম্পত্তি বিধ্বস্ত হোৱাৰ পৰিৱৰ্তে 2692.63 কোটি টকা প্ৰয়োজন ফণীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক সাহাৰ্য প্ৰদানৰ নামত ৷ যাৰ বাবে ৰাজ্যখনক পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিবলৈ বিধ্বস্ত হোৱা ৰাজহুৱা সা-সম্পত্তি আৰু সাহাৰ্য প্ৰদানৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে 9336 কোটি টকা ৷

সেয়েহে এতিয়া ৰাজ্যখনত হোৱা এই ক্ষতিসাধনৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা 5227.68 টকা বিচাৰিছে ওড়িশা চৰকাৰে ৷ ইতিমধ্যেই ভিন্ন জিলা আৰু বিভাগলৈ 1357.14 কোটি টকা সাহাৰ্যৰ বাবে মোকলাই দিছিল ৰাজ্য চৰকাৰে ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ফণীত ৰাজ্যখনৰ 1.6 কোটি জনতাই ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে ক্ষতি হয় 1.88 লাখ হেক্টৰ কৃষিভূমি ৷ ইপিনে ফণীৰ এই তাণ্ডৱত ৰাজ্যখনৰ 5,56,761 টা ঘৰ আংশিক আৰু সম্পূৰ্ণৰূপত ধ্বংস হোৱাৰ লগতে 64 গৰাকী লোকৰ মৃত্যু ঘটে ৷

Intro:Body:

ফণীৰ ধ্বংসলীলাৰ পৰা উদ্ধাৰ হ'বলৈ ওড়িশাক প্ৰয়োজন 9,000 কোটি টকা

ফণীত ওড়িশাৰ অভাৱনীয় ক্ষতি ৷ ফণীৰ বাবেই ৰাজ্যখনে হেৰুৱাবলগীয়া হয় সৰ্বমুঠ 9336 কোটি টকা ৷ 

নিউজ ডেস্ক, 7 জুন : 3 মে'ত অহা প্ৰলংকাৰী ধুমুহা ফণীৰ ফলত তচনচ হোৱা ওড়িশাই হেৰুৱাবলগীয়া হয় প্ৰায় 9336 কোটি টকা  ৷ বৃহস্পতিবাৰে ৰাজ্যখনৰ এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰে এই তথ্য ৷ 

ৰাজ্যখনৰ বিশেষ দুৰ্যোগ প্ৰশমন সঞ্চালকালয়ৰ ভিন্ন বিভাগে জনোৱা মতে ফণীৰ ফলত ৰাজ্যখনত 6643.63 কোটি টকাৰ ৰাজহুৱা সা-সম্পত্তি বিধ্বস্ত হোৱাৰ পৰিৱৰ্তে 2692.63 কোটি টকা প্ৰয়োজন ফণীত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক সাহায্য প্ৰদানৰ নামত ৷ যাৰ বাবে ৰাজ্যখনক পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিবলৈ বিধ্বস্ত হোৱা ৰাজহুৱা সা-সম্পত্তি আৰু সাহায্য প্ৰদানৰ বাবে প্ৰয়োজন হোৱা পুঁজিৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে 9336 কোটি টকা ৷ 

সেয়েহে এতিয়া ৰাজ্যখনত হোৱা এই ক্ষতিসাধনৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা 5227.68 টকা বিচাৰিছে ওড়িশা চৰকাৰে ৷ ইতিমধ্যেই ভিন্ন জিলা আৰু বিভাগলৈ 1357.14 কোটি টকা সাহায্যৰ বাবে মুকলাই দিছিল ৰাজ্য চৰকাৰে ৷ 

উল্লেখ্য যে, ৰাজ্যচৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ফণীত ৰাজ্যখনৰ 1.6 কোটি জনতাই ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ লগতে ক্ষতি হয় 1.88 লাখ হেক্টৰ কৃষিভূমি ৷ ইপিনে ফণীৰ এই তাণ্ডৱত ৰাজ্যখনৰ 5,56,761 টা ঘৰ আংশিক আৰু সম্পূৰ্ণৰূপত ধ্বংস হোৱাৰ লগতে 64 গৰাকী লোকৰ মৃত্যু ঘটে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.