ETV Bharat / bharat

নিৰ্ভয়া দলবদ্ধ ধৰ্ষণকাণ্ড : অভিযুক্ত মুকেশ সিঙৰ ক্ষমা আবেদন

নিৰ্ভয়া কাণ্ডৰ অন্যতম দোষী মুকেশ সিঙে ক্ষমা আবেদন পত্ৰ দাখিল কৰিছে ৷ 22 জানুৱাৰীত মুকেশ সিঙৰ সৈতে আন তিনিজনক মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব ৷

নিৰ্ভয়া দলবদ্ধ ধৰ্ষণকাণ্ড
অভিযুক্ত মুকেশ সিঙৰ ক্ষমা আবেদন
author img

By

Published : Jan 14, 2020, 9:44 PM IST

নেশ্যনেল ডেস্ক, 14 জানুৱাৰী : নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ মূল চাৰি দোষীৰ অন্যতম মুকেশ সিঙে ক্ষমা আবেদন দাখিল কৰাৰ কথা জানিবলৈ দিয়ে তিহাৰ কাৰাগাৰৰ বিষয়বৱীয়াই ৷ উল্লেখ্য যে, 2012 চনৰ নিৰ্ভয়া কাণ্ডৰ সৈতে জড়িত থকাৰ অপৰাধত চাৰি দোষীক দিল্লী আদালতে মৃত্যুদণ্ডৰ ৰায়দান কৰিছিল ৷

তিহাৰ কাৰাগাৰৰ বিষয়বৱীয়াই কয়, "দোষী মুকেশ সিঙে ক্ষমা আবেদন কৰিছে ৷"

নিৰ্ভয়া কাণ্ডৰ সৈতে জড়িত চাৰি ধৰ্ষণকাৰী হৈছে - মুকেশ সিং(32), পৱন গুপ্তা(25), বিনয় শৰ্মা(26) আৰু অক্ষয় কুমাৰ সিং(31) ৷ উল্লেখ্য যে, এই চাৰি দোষীক 22 জানুৱাৰীৰ দিনা পুৱা 7 বজাত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হ'ব ৷

আৰু পঢ়ক : ৰাজস্থানত হেল্পিং হেণ্ডৰ প্লাষ্টিক বিৰোধী যুঁজ

ZCZC
PRI GEN NAT
.MUMBAI DEL65
DL-NIRBHAYA-MERCY PLEA
Mukesh Singh files mercy plea before president
         New Delhi, Jan 14 (PTI) Mukesh Singh, one of the four death row convicts in the Nirbhaya gangrape and murder case, filed a mercy plea before the President on Tuesday, Tihar Prison authorities said.
         Singh filed the mercy plea with President Ram Nath Kovind on a day his curative petition was dismissed by the Supreme Court. PTI AMP AMP
TIR
TIR
01141907
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.