ETV Bharat / bharat

14 বছৰীয়া নিৰ্বাসন ভংগ ৰাজ থাকৰেৰ

author img

By

Published : Jul 8, 2019, 7:15 PM IST

Updated : Jul 8, 2019, 7:45 PM IST

14 বছৰীয়া নিৰ্বাসন ভংগ কৰি অৱশেষত দিল্লীত উপস্থিত হয় মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ থাকৰে ৷ ইভিএম মেচিনৰ ওপৰত উত্থাপন হোৱা বিতৰ্কক লৈ দিল্লীৰ পৰা নিৰ্বাসন ঘোষণা কৰিছিল মহাৰাষ্ট্ৰৰ শক্তিশালী নেতাজনে ৷

ৰাজ থাকৰে

নিউজ ডেস্ক, 8 জুলাইঃ অৱশেষত সকলো অপেক্ষাৰ অন্ত পেলাই নতুন দিল্লীত উপস্থিত মহাৰাষ্ট্ৰ নৱ নিৰ্মাণ সেনাৰ অধ্যক্ষ ৰাজ থাকৰে ৷ দিল্লীত উপস্থিত হৈয়ে নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ যায় ৰাজ থাকৰে ৷ সোমবাৰে দিনৰ ভাগত ইভিএমৰ বিশ্বাসযোগ্যতাক লৈ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ সৈতে আলোচনাত মিলিত হয় নেতাগৰাকী ৷

উল্লেখ্য যে, 2005 চনত অন্তিমবাৰৰ বাবে দিল্লীলৈ আহিছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ অধ্যক্ষগৰাকী ৷ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজক বালাচাহেব থাকৰেৰ ওপৰত নিৰ্মিত এক আত্মজীৱনীমুলক গ্ৰন্থৰ উদ্বোধনী অনুষ্ঠানৰ নিমন্ত্ৰণ দিবলৈ দিল্লীলৈ আহিছিল ৰাজ থাকৰে ৷ তাৰ পিচৰে পৰাই বৰ্তমানলৈকে ৰাজ থাকৰে দিল্লীত ভৰি থোৱা নাছিল যদিও অৱশেষত সোমবাৰে অৰ্থাৎ আজি নতুন দিল্লীত উপস্থিত হৈ মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাৰ সৈতে আলোচনাত মিলিত হয় নেতাগৰাকী ৷

Intro:Body:

MNS chief reaches CEC office, ends his 14 yr 'exile

Conclusion:
Last Updated : Jul 8, 2019, 7:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.