ETV Bharat / bharat

লোকসভা নিৰ্বাচনঃ 613 কোটি টকা জব্দ নিৰ্বাচন আয়োগৰ

নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হোৱাৰ পাচতে জব্দ বৃহৎ পৰিমাণৰ নগদ ধনসহ বহু সামগ্ৰী

লোকসভা নিৰ্বাচন : জব্দ 613 কোটি টকা
author img

By

Published : Mar 28, 2019, 3:01 PM IST

নিউজ ডেস্ক, 28 মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ 29 খন ৰাজ্যৰ লগতে 7 খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচনআয়োগে জব্দ কৰে মুঠ 613.176 কোটি টকা নগদ ধনৰ লগতে বহু সামগ্ৰী ৷সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকাৰ সময়তে এই বৃহৎ পৰিমাণৰ নগদ ধনসহ সামগ্ৰীখিনি জব্দ কৰে আয়োগে ৷27 মাৰ্চত নিৰ্বাচনআয়োগে প্ৰকাশ কৰা তথ্যঅনুসৰি, নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশৰ পৰা 104.49 কোটি টকাৰ সুৰা ,145.384 কোটি টকাৰ ড্ৰাগছ আৰু বিভিন্ন নিচাযুক্ত সামগ্ৰীৰলগতে 170.704 কোটি টকাৰ মূল্যৱান সামগ্ৰীসহ 11.67 কোটি টকাৰ অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আয়োগ ৷

উল্লেখ্য যে, এই জব্দকৃত সামগ্ৰীৰ ভিতৰত আয়োগে অন্ধ্ৰপ্ৰদেশৰ পৰা সবাটোকৈ অধিক নগদ ধন, উত্তৰ প্ৰদেশৰ পৰা সবাটোকৈ অধিক অৰ্থাৎ 24.50 কোটি টকৈ মূল্যৰ সুৰা আৰু পঞ্জাৱৰ পৰা সবাটোকৈ অধিক 92.45 কোটি টকা মূল্যৰ ড্ৰাগছ আৰু বিভিন্ন নিচাযুক্ত সামগ্ৰী জব্দ কৰে আয়োগে ৷

লোকসভা নিৰ্বাচন : 613 কোটি টকা জব্দ নিৰ্বাচনী আয়োগৰ 

নিউজ ডেস্ক, 28 মাৰ্চ :  লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ 29 খন ৰাজ্যৰ লগতে 7টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা নিৰ্বাচনী আয়োগে জব্দ কৰে মুঠ 613.176 কোটি টকা নগদ ধনৰ লগতে বহু সামগ্ৰী ৷ 
সমাগত লোকসভা নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী আচৰণবিধি প্ৰযোজ্য হোৱাৰ পাচতে এই বৃহৎ পৰিমাণৰ নগদ ধনসহ সামগ্ৰীখিনি জব্দ কৰে আয়োগে ৷ 

27 মাৰ্চত নিৰ্বাচনী আয়োগে প্ৰকাশ কৰা তথ্যৰ অনুসৰি, নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ দেশৰ পৰা 104.49 কোটি টকাৰ সুৰা ,145.384 কোটি টকাৰ ড্ৰাগছ আৰু নাৰকটিকছৰ লগতে 170.704 কোটি টকাৰ মূল্যবান সামগ্ৰীসহ 11.67 কোটি টকাৰ অন্যান্য সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আয়োগ ৷

উল্লেখ্য যে, এই জব্দকৃত সামগ্ৰীৰ ভিতৰত আয়োগে অন্ধ্ৰপ্ৰদেশৰ পৰা সবাটোকৈ অধিক নগদ ধন, উত্তৰ প্ৰদেশৰ পৰা সবাটোকৈ অধিক অৰ্থাৎ 24.50 কোটি টকৈ মূল্য সুৰা আৰু  পঞ্জাৱৰ পৰা সবাটোকৈ অধিক 92.45 কোটি টকা মূল্যৰ ড্ৰাগছ আৰু নাৰকটিকছ জব্দ কৰে আয়োগে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.