ETV Bharat / bharat

কেৰালা বিধানসভাত গৃহীত নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী প্ৰস্তাৱনা

দেশব্যাপী নাগৰিকত্ব (সংশোধনী) আইন, 2019 বাতিলৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ সংঘটিত হৈ আছে ৷ এনে সময়তে দক্ষিণ ভাৰতীয় ৰাজ্য কেৰালাৰ বিধানসভাত নাগৰিকত্ব সংশোধনী আইন, 2019ৰ বিৰোধী এক প্ৰস্তাৱনা দাখিল কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে ৷

author img

By

Published : Dec 31, 2019, 7:16 PM IST

Kerala CM tables anti-CAA resolution, কেৰালা বিধানসভাত গৃহীত নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰস্তাৱনা
নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী প্ৰস্তাৱনা

নেশ্বনেল ডেস্ক, 31 ডিচেম্বৰঃ নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ দ্বাৰা দেশৰ ধৰ্মনিৰপেক্ষতাক প্ৰত্যাহ্বান জনোৱা বিতৰ্কিত আইনখনৰ বিৰুদ্ধে কেৰালা চৰকাৰে গ্ৰহণ কৰিছে বিশেষ প্ৰস্তাৱনা ৷ মঙলবাৰে ৰাজ্যখনৰ বিধানসভাত এদিনীয়া বিশেষ অধিৱেশন আহ্বান কৰি মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে উত্থাপন কৰে এখন বিশেষ প্ৰস্তাৱনা ৷ নাগৰিকত্ব আইনখনে দেশৰ একতাৰ লগতে ধৰ্মনিৰপেক্ষতাক খৰ্ব কৰিব বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে প্ৰস্তাৱনা উত্থাপন কৰা হয় ৷

লগতে পঢ়কঃ ২০১৯ :"কা"ই জোকাৰি গ'ল অসমৰ ৰাজনীতি-সমাজ জীৱন

সমগ্ৰ দেশত এই আইনখনে প্ৰতিবাদৰ বাহিৰে বেলেগ একোৱেই কৰিবলৈ সক্ষম হোৱা নাই ৷ যাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়টো ভাৰতৰ প্ৰতিচ্ছবি হেয় প্ৰতিপন্ন হৈছে ৷ সদনত এই কথা উল্লেখ কৰি ৰাজ্যখনত কোনো শৰণাৰ্থী শিৱিৰ স্থাপন কৰিবলৈ দিয়া নহ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী পিন্নাৰাই বিজনয়ে ৷

লগতে পঢ়কঃ CAA সম্পৰ্কত জাহ্নু বৰুৱাৰ ভাইৰেল ভিডিঅ'

উল্লেখ্য যে, বিগত 29 ডিচেম্বৰত কেৰালাৰ কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ বিৰোধী দলে বাওপন্থী চৰকাৰখনক এখন বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছিল ৷ অধিৱেশনৰ দ্বাৰাই নাগৰিকত্ব (সংশোধনী) আইন, 2019 বিৰোধী এক প্ৰস্তাৱনাৰে বিতৰ্কিত আইনখন নাকচ কৰিবলৈ আহ্বান জনাইছিল বিৰোধীয়ে ৷ ইয়াৰ পিচতেই মঙলবাৰে এইদৰে বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰি নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰোধী এক প্ৰস্তাৱনা উত্থাপন কৰে কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে ৷ অৱশ্যে ৰাজ্যখনৰ একমাত্ৰ বিজেপি বিধায়ক ও' ৰাজাগোপালে ইয়াৰ বিৰোধিতা কৰি ইয়াক অবৈধ বুলি ঘোষণা কৰে ৷

Intro:Body:

Kerala CM tables anti-CAA resolution in Assembly

Thiruvananthapuram, Dec 31 (PTI) Kerala Chief Minister Pinarayi Vijayan on Tuesday moved a resolution in the state Assembly demanding the scrapping of the controversial Citizenship Amendment Act (CAA).

Though the one-day special session was convened to ratify the extension of the reservation for SC and ST in the Assembly and the Parliament for another decade, the resolution against CAA was also taken up in view of the the widespread concerns among public in this regard, official sources said.

While presenting the resolution, Vijayan said the CAA was against the "secular" outlook and fabric of the country and would lead to religion- based discrimination in granting citizenship.

"The Act contradicts the basic values and principles of the Constitution.

In view of the anxiety among the people of the country, the Centre should take steps to drop the CAA and uphold the secular outlook of the Constitution," he said.

Noting that the Act had triggered widespread protests among various stratas of society, the Chief Minister said it had dented India's image in front of the international community.

Vijayan also ensured the Assembly that there wont be any detention centres in the southern state.

When the session began, O Rajagopal, the lone BJP member in the Assembly, objected to the resolution stating that it was "illegal" as both Houses of the Parliament had passed the CAA Act.

The Opposition Congress -led UDF had demanded the Left government to convene a special session and pass a resolution against the CAA during an all-party meeting convened by the Chief Minister on December 29 to discuss the issue.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.