ETV Bharat / bharat

আইপিএল 2020ৰ কাৰ্যক্ৰমণিকা - ৱাংখাড়ে ষ্টেডিয়ামত আইপিএল 2020 ৰ প্ৰথম মেচ

প্ৰকাশ পালে আইপিএল 2020 ৰ কাৰ্যক্ৰমণিকা ৷ 29 মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া আইপিএল 2020 প্ৰতিযোগিতাৰ লীগ মেচৰ অন্ত পৰিব 17 মে’ত ৷ চূড়ান্ত মেচ অনুষ্ঠিত হ’ব 24 মে‘ত ৷

ipl 2020 schedule, আইপিএল 2020, আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ
আইপিএল 2020ৰ কাৰ্যক্ৰমণিকা
author img

By

Published : Feb 16, 2020, 10:23 AM IST

Updated : Feb 16, 2020, 11:26 AM IST

স্পৰ্টছ ডেস্ক, 16 ফেব্ৰুৱাৰীঃ চলিত বৰ্ষৰ 29 মাৰ্চ ৰ পৰা আৰম্ভ হ’ব আইপিএলৰ ত্ৰয়োদশ সংস্কৰণ ৷ মুকলি কৰা হ’ল আইপিএল 2020 ৰ সম্পূৰ্ণ কাৰ্যক্ৰমণিকা ৷ 29 মাৰ্চত পোন প্ৰথমখন মেচত মুখামুখি হ’ব ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু বিজেতা দল চেন্নাই চুপাৰ কিংছ সন্ধিয়া 8 বজাত মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন মেচ ৷ 50 দিনলৈ চলিবলগীয়া এই প্ৰতিযোগিতাত মুঠ 60 খন মেচ অনুষ্ঠিত হ’ব ৷ অন্তিমখন লীগ মেচত মুখামুখি হ’ব ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বনাম মুম্বাই ইণ্ডিয়াছ ৷

এই ছীজনত 29 মাৰ্চ, 4 এপ্ৰিল, 5 এপ্ৰিল, 11 এপ্ৰিল, 12 এপ্ৰিল, 12 এপ্ৰিল, 18 এপ্ৰিল, 19 এপ্ৰিল, 25 এপ্ৰিল, 26 এপ্ৰিল, 2 মে’, 2 মে’, 9 মে’, 10 মে’ত দুখনকৈ মেচ অনুষ্ঠিত হ’ব ৷ প্ৰত্যেক শনিবাৰ আৰু দেওবাৰে দুখনকৈ মেচ অনুষ্ঠিত হ’ব ৷ দুখনকৈ মেচ থকা দিনত প্ৰথমখন আবেলি 4 টা বজাত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয়খন মেচ 8 টা বজাত অনুষ্ঠিত হ’ব ৷

প্ৰথম মেচত চেন্নাই বনাম মুম্বাই
29 মাৰ্চত প্ৰথম মেচত চেন্নাই বনাম মুম্বাই

আইপিএল 2020ৰ লীগৰ মেচ সমূহঃ

  • 29 মাৰ্চ - মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই চুপাৰ কিংছ
  • 30 মাৰ্চ - দিল্লী কেপিটেলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ
  • 31 মাৰ্চ - ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
  • 1 এপ্ৰিল - ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম মুম্বাই ইণ্ডিয়াছ
  • 2 এপ্ৰিল - চেন্নাই চুপাৰ কিংছ বনাম ৰাজস্থান ৰয়েলছ
  • 3 এপ্ৰিল - কলকাতা নাইট ৰাইডাৰ্ছ বনাম দিল্লী কেপিটেলছ
  • 4 এপ্ৰিল - কিংছ ইলেভেন পাঞ্জাৱ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
  • 5 এপ্ৰিল - মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
  • 5 এপ্ৰিল - ৰাজস্থান ৰয়েলছ বনাম দিল্লী কেপিটেলছ
  • 6 এপ্ৰিল - কলকাতা নাইট ৰাইডাৰ্ছ বনাম চেন্নাই চুপাৰ কিংছ
  • 7 এপ্ৰিল - ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
  • 8 এপ্ৰিল - কিংছ ইলেভেন পাঞ্জাৱ বনাম মুম্বাই ইণ্ডিয়ানছ
  • 9 এপ্ৰিল - ৰাজস্থান ৰয়েলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
  • 10 এপ্ৰিল - দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
  • 11 এপ্ৰিল - চেন্নাই চুপাৰ কিংছ বনাম কিংছ ইলেভেন পাঞ্জাৱ
  • 12 এপ্ৰিল - ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছ
  • 12 এপ্ৰিল - কলকাতা নাইট ৰাইডাৰ্ছ বনাম মুম্বাই ইণ্ডিয়াছ
  • 13 এপ্ৰিল - দিল্লী কেপিটেলছ বনাম চেন্নাই চুপাৰ কিংছ
  • 14 এপ্ৰিল - কিংছ ইলেভেন পাঞ্জাৱ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
  • 15 এপ্ৰিল- মুম্বাই ইণ্ডিয়ানছ বনাম ৰাজস্থান ৰয়েলছ
  • 16 এপ্ৰিল - ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
  • 17 এপ্ৰিল - কিংছ ইলেভেন পাঞ্জাৱ বনাম চেন্নাই চুপাৰ কিংছ
  • 18 এপ্ৰিল - ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বনাম ৰাজস্থান ৰয়েলছ
  • 19 এপ্ৰিল - দিল্লী কেপিটেলছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
  • 19 এপ্ৰিল - চেন্নাই চুপাৰ কিংছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
  • 20 এপ্ৰিল - মুম্বাই ইণ্ডিয়ানছ বনাম কিংছ ইলেভেন পাঞ্জাৱ
  • 21 এপ্ৰিল - ৰাজস্থান ৰয়েলছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
  • 22 এপ্ৰিল - ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বনাম দিল্লী কেপিটেলছ
  • 23 এপ্ৰিল - কলকাতা নাইট ৰাইডাৰ্ছ বনাম কিংছ ইলেভেন পাঞ্জাৱ
  • 24 এপ্ৰিল - চেন্নাই চুপাৰ কিংছ বনাম মুম্বাই ইণ্ডিয়ানছ
  • 25 এপ্ৰিল - ৰাজস্থান ৰয়েলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
  • 26 এপ্ৰিল - কিংছ ইলেভেন পাঞ্জাৱ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
  • 26 এপ্ৰিল - ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম দিল্লী কেপিটেলছ
  • 27 এপ্ৰিল - চেন্নাই চুপাৰ কিংছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
  • 28 এপ্ৰিল - মুম্বাই ইণ্ডিয়ানছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
  • 29 এপ্ৰিল - ৰাজস্থান ৰয়েলছ বনাম কিংছ ইলেভেন পাঞ্জাৱ
  • 30 এপ্ৰিল - ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম চেন্নাই চুপাৰ কিংছ
  • মে’ 1 - মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ
  • 2 মে’ - কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰাজস্থান ৰয়েলছ
  • 3 মে’ - ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বনাম কিংছ ইলেভেন পাঞ্জাৱ
  • 3 মে’ - দিল্লী কেপিটেলছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
  • 4 মে’ - ৰাজস্থান ৰয়েলছ বনাম চেন্নাই চুপাৰ কিংছ
  • 5 মে’- ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
  • 6 মে’- দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ
  • 7 মে’ - চেন্নাই চুপাৰ কিংছ বনাম কলকাতা নাইট ৰাইডাৰ্ছ
  • 8 মে’ - কিংছ ইলেভেন পাঞ্জাৱ বনাম ৰাজস্থান ৰয়েলছ
  • 9 মে’ - মুম্বাই ইণ্ডিয়ানছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
  • 10 মে’ - চেন্নাই চুপাৰ কিংছ বনাম দিল্লী কেপিটেলছ
  • 10 মে’- কলকাতা নাইট ৰাইডাৰ্ছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ
  • 11 মে’- ৰাজস্থান ৰয়েলছ বনাম মুম্বাই ইণ্ডিয়ানছ
  • 12 মে’ - ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম কিংছ ইলেভেন পাঞ্জাৱ
  • 13 মে’ - দিল্লী কেপিটেলছ বনাম ৰাজস্থান ৰয়েলছ
  • 14 মে’ - ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বনাম চেন্নাই চুপাৰ কিংছ
  • 15 মে’ - কলকাতা নাইট ৰাইডাৰ্ছ বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ
  • 16 মে’ - কিংছ ইলেভেন পাঞ্জাৱ বনাম দিল্লী কেপিটেলছ
  • 17 মে’ - ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ বনাম মুম্বাই ইণ্ডিয়ানছ
  • 18 মে’ - প্ৰথম কোৱালিফায়াৰ মেচ
  • 19 মে’ - এলিমিনেটৰ মেচ
  • 20 মে’ - দ্বিতীয় কোৱালিফায়াৰ মেচ
  • 24 মে’ - ফাইনেল মেচ (ৱাংখাড়ে ষ্টেডিয়াম)

Last Updated : Feb 16, 2020, 11:26 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.