ETV Bharat / bharat

দৰা নোহোৱাকৈ বিয়া কেনেকৈ সম্ভৱ? - etv bharat

গুজৰাটত প্ৰচলিত এই পৰম্পৰাক 'মংগল ফেৰা' বা 'বাৰাট' বুলি কোৱা হয় ৷ যদিহে পূৰ্বৰে পৰা প্ৰচলিত এই পৰম্পৰা মতে বিবাহ কাৰ্যসূচী সম্পন্ন কৰা নহয় তেন্তে বিবাহ বিচ্ছেদ তথা পাৰিবাৰিক অশান্তি হোৱাৰ সম্ভাৱনা থাকে বুলি বিশ্বাস কৰে গুজৰাটৰ চোটা উদেপুৰবাসীয়ে ৷

এক আজৱ বিয়াঃ নিজ বিবাহ অনুষ্ঠানত উপস্থিত নাথাকে দৰা
author img

By

Published : May 26, 2019, 7:01 PM IST

Updated : May 26, 2019, 7:08 PM IST

গুজৰাট, 26 মে': বিয়া মানেই দৰা-কইনাৰ মিলন ৷ বিয়া এখনৰ মূল আকৰ্ষণেই দৰা-কইনা ৷ কিন্তু দৰা নোহোৱাকৈ বিয়া এখন সম্পন্ন হোৱাটো সম্ভৱনে? গুজৰাটত প্ৰচলিত হৈ আহিছে এনে এক পৰম্পৰা য'ত বিয়া পাতিবলৈ কইনাৰ ঘৰলৈ নাযায় দৰা ৷

বিয়াখনত দৰাক ঘৰত বহাই থৈ দৰাৰ ভগ্নীয়ে কৰে সকলো ৰীতি-নীতি ৷ এই বিবাহৰ বিশেষত্ব এয়াই যে দৰাৰ সলনি দৰাৰ অবিবাহিত ভগ্নীৰ সৈতে বিবাহপাশত আবদ্ধ হয় কইনাই ৷ আশ্চৰ্যজনকভাৱে নিজৰ বিবাহ অনুষ্ঠানত উপস্থিত নাথাকে দৰা ৷

Last Updated : May 26, 2019, 7:08 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.