ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি - Center for Excellence ৰ অধীনত 34 বিদ্যালয়ৰ উদ্বোধনী

আজি 'স্বনিধি সম্বাদ'ৰ আয়োজন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ Center for Excellence ৰ অধীনত 34 বিদ্যালয়ৰ উদ্বোধনী কৰিব কেৰালাৰ মুখ্যমন্ত্ৰীয়ে ৷

Important national events to look for today
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি
author img

By

Published : Sep 9, 2020, 7:22 AM IST

Updated : Sep 9, 2020, 8:57 AM IST

1. 'স্বনিধি সম্বাদ'ৰ আয়োজন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

মধ্য়প্ৰদেশৰ পৰা আজি প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব 'স্বনিধি সম্বাদ' ৷ মধ্যপ্ৰদেশৰ পথৰ কাষত বিভিন্ন সামগ্ৰী বিক্ৰী কৰা লোকসকলৰ সৈতে তেওঁ এই আঁচনি আৰম্ভ কৰিব ৷ উল্লেখ্য যে, দুখীয়া বিক্ৰেতাসকলক সহায়ৰ হাত আগবঢ়াবৰ বাবে 2020 চনৰ 1 জুনত আৰম্ভ কৰা হৈছিল প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি ৷ এই আঁচনিৰ অধীনত প্ৰায় 4.5 লাখ বিক্ৰেতাক পঞ্জীয়নভূক্ত কৰা হৈছিল ৷ ইয়াৰ 4 লাখে ইতিমধ্যে লাভ কৰিছে বিক্ৰেতাৰ প্ৰমাণপত্ৰ ৷

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি
প্ৰধানমন্ত্ৰী মোডী

2. Center for Excellence ৰ অধীনত 34 বিদ্যালয়ৰ উদ্বোধনী কৰিব কেৰালাৰ মুখ্যমন্ত্ৰীয়ে

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে 'Center of Excellence' আঁচনিৰ অধীনত 34 খন বিদ্যালয়ত আৰম্ভ উদ্বোধন কৰিব নতুন বিদ্যালয় গৃহ ৷ ৰাজহুৱা শিক্ষা পুনৰুজ্জীৱন মিছনৰ অধীনত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই আঁচনিৰ শুভাৰম্ভ কৰিব বিজয়নে ৷

পিনাৰায়ি বিজয়ন

Last Updated : Sep 9, 2020, 8:57 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.